ETV Bharat / sitara

চ'ছিয়েল মিডিয়াত খলকনি তুলিছে জুনিয়ৰ অমিতাভ বচ্চনৰ ভিডিঅ'য়ে

পেড়ৱালৰ ভংগিমা,সাজ-সজ্জা,আচাৰ-আচৰণ,ব্যৱহাৰ সকলো বিগ বি'ৰ লগতে সম্পূৰ্ণ মিল আছে

চছিয়েল মিডিয়াত এতিয়া খলকনি তুলিছে জুনিয়ৰ অমিতাভ বচ্চনে
author img

By

Published : Jun 20, 2019, 3:31 PM IST

নিউজ ডেস্ক,২০ জুন : আপুনি হয়তো দেখি আচৰিত হ'ব, কিন্তু চছিয়েল মিডিয়াত এতিয়া খলকনি তুলিছে জুনিয়ৰ অমিতাভ বচ্চনৰ ভিডিঅ'য়ে । এই জুনিয়ৰ অমিতাভ বচ্চন জনৰ নাম হৈছে শশীকান্ত পেড়ৱাল । পেচাত এজন অধ্যাপক শশীকান্ত পেড়ৱাল,অমিতাভ বচ্চনৰ অনুৰাগী। চছিয়েল মিডিয়াত পেড়ৱালৰ ভাইৰেল হোৱা ভিডিঅ' সমূহত তেওঁক বিগ বি'ৰ জণপ্ৰিয় সংলাপ সমূহৰ মিমিক্ৰি কৰা দেখিবলৈ পোৱা গৈছে। পেড়ৱালৰ ভংগিমা,সাজ-সজ্জা,আচাৰ-আচৰণ,ব্যৱহাৰ সকলো বিগ বি'ৰ লগতে সম্পূৰ্ণ মিল আছে।

চছিয়েল মিডিয়াত এতিয়া খলকনি তুলিছে জুনিয়ৰ অমিতাভ বচ্চনে

সংবাদ মাধ্যমৰ পেড়ৱালে জনোৱা অনুসৰি,পেড়ৱালে কলেজত পঢ়ি থকা সময়ৰে পৰা বিগ বি'ৰ জণপ্ৰিয় সংলাপ সমূহৰ মিমিক্ৰি কৰিবলৈ চেষ্টা কৰিছিল আৰু কলেজৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। আৰু বিগত ১০ বছৰে তেওঁ অমিতাভ বচ্চনৰ মিমিক্ৰি কৰি আহিছে। বহু সময়ত যিসকল লোকৰ কিছুমান অনুষ্ঠানত বিগ বি'ক আমন্ত্ৰণ কৰিবলৈ সামৰ্থ নাথাকে তেওঁলোকে বিকল্প হিচাপে জুনিয়ৰ অমিতাভ বচ্চনক আমন্ত্ৰণ কৰে। বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ বেচৰকাৰী সংস্থা আৰু কেন্সাৰ চিকিৎসালয় সমূহলৈও যায় । জীৱনৰ অন্তিম ক্ষণৰ স'তে যুঁজি থকা ৰোগীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁ কেন্সাৰ চিকিৎসালয় সমূহলৈ যায় বুলি তেওঁ সদৰি কৰে। তেওঁ জনোৱা অনুসৰি, তেওঁ নিজকে অমিতাভ বচ্চনৰ দৰে গঢ়ি তুলিবলৈ ৩০ বছৰ অনুশীলন কৰিছিল। তেওঁক কেৱল ভাৰতৰ বিভিন্ন অনুষ্ঠানতে নহয়,বিদেশৰো বহু অনুষ্ঠানত আমন্ত্ৰণ কৰা হয়। তদুপৰি তেওঁ সৰু পৰ্দাৰ বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে।

Pune (Maharashtra), June 20 (ANI): The uncanny similarities that Shashikant Pedwal shares with veteran actor Amitabh Bachchan will leave you awe-struck. His mannerism, usage of words, dress sense, spectacles and of course the looks will make you feel that he is none other than senior Bachchan. Recently, the videos of Pedwal mimicking the actor were doing rounds on social media. The videos show him delivering famous dialogues of Big B. On asking him if he has ever met Amitabh, he said, "Yes, I met him in 2011 at his home and showed him my album. He did not believe that those were my pictures. He praised me for my work." Professor by profession, Pedwal is a big fan of Amitabh. He realised that he looks like Amitabh, when his college friends told him so. He started learning Amitabh's famous dialogues and performed at various events during his college days. Not only Amitabh, but Pedwal can also mimic other actors as well. He joined an orchestra and started doing stand-up comedy and continued it for 20 years. However, for the past 10 years, he is just mimicking Amitabh. For people who cannot manage to get Amitabh at their event, Pedwal becomes an alternative. Besides gracing various events, Pedwal visits several NGOs and cancer hospitals to make the people happy. "I visit these places and try to make people happy over there. The patients at cancer hospitals, who are at the last stage of the disease, just need happiness. When I go there as Amitabh Bachchan, they become happy and pour their heart out," he told ANI. He worked upon his lifestyle for 30 years to look like Amitabh Bachchan. He is not only invited to events in India but abroad as well. He had also appeared in many TV programs.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.