ETV Bharat / sitara

Silence...Can you hear it ৰ প্ৰদৰ্শনীত মনোজ বাজপেয়ী-প্ৰাচী দেশাই

ক’ভিড-19 ৰ পৰা আৰোগ্য লাভ কৰিয়েই বোলছবিৰ বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ মনোজ বাজপেয়ীৰ ৷ Silence...Can you hear it ? শীৰ্ষক ছবিখনৰ বিশেষ প্ৰদৰ্শনীত অন্য কলা কুশলীসকলৰ সৈতে বাজপেয়ীয়ে অংশগ্ৰহণ কৰে ৷

author img

By

Published : Mar 28, 2021, 12:46 PM IST

Manoj Bajpayee, Prachi Desai attend Silence Can You Hear It screening
Silence...Can you hear it ? ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ মনোজ বাজপেয়ী আৰু প্ৰাচী দেশাইৰ

চিটাৰা ডেস্ক,28 মাৰ্চ: অভিনেতা মনোজ বাজপেয়ীয়ে ক’ভিড-19 ৰ পৰা আৰোগ্য লাভ কৰি নিজে অভিনয় কৰা Silence... Can you hear it ? শীৰ্ষক ছবিখনৰ বিশেষ প্ৰদৰ্শনীত শুকুৰবাৰে অংশগ্ৰহণ কৰে ৷ অভিনেত্ৰী প্ৰাচী দেশাইকে ধৰি ছবিখনৰ অন্য়ান্য় অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলেও ছবিখনৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৷

ক’ভিড-19 ৰ পৰা আৰোগ্য লাভ কৰিয়েই বোলছবিৰ বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ মনোজ বাজপেয়ীৰ

ছবিখন পৰিচালনা কৰিছে অৱন ভাৰুষা দেউহানে ৷ অৰ্জুন মাথুৰ, বৰ্ষা সিং, চাহিল বৈদ, ভাকুৱাৰ, শিৰিষ শৰ্মা, চোহেইলা কাপোৰ, অমিত ঠাক্কৰ আৰু গৰিমা য়াগনিক আদিয়ে অভিনয় কৰা Silence.... Can you hear it? ছবিখন অ’টিটি প্লেটফৰ্ম জি 5 ত 26 মাৰ্চত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: COVID-১৯ত আক্ৰান্ত অভিনেতা পৰেশ ৰাৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.