ETV Bharat / sitara

ছীল হ'ল মলাইকা অৰোৰাৰ বিল্ডিং - মুম্বাইৰ বান্দ্ৰাত থকা অভিনেত্ৰী মলাইকা অৰোৰা

দেশজুৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ গৈ আছে ৷ ইতিমধ্যে মহাৰাষ্ট্ৰ দেশৰ আটাইতকৈ বেছি কৰ'ণা সংক্ৰমিত ৰাজ্য হিচাপে বিবেচিত হৈছে ৷ এনেকুৱাতে এক খবৰ আহিছে যে, মুম্বাইৰ বান্দ্ৰাত থকা অভিনেত্ৰী মলাইকা অৰোৰাৰ বিল্ডিঙত থকা কোনো ব্যক্তিৰ দেহত কৰ'ণা আক্ৰান্তৰ অৱস্থিতি ধৰা পৰিছে আৰু তাৰ পিছতেই বী.এম.চিয়ে ছীল কৰি দিয়ে মলাইকা অৰোৰাৰ বিল্ডিং৷

malaikas building gets sealed after a resident tests positive for the covid-19 virus
ছীল হ'ল মলাইকা অৰোৰাৰ ব্লিডিং
author img

By

Published : Jun 11, 2020, 1:24 PM IST

Updated : Jun 11, 2020, 5:25 PM IST

চিটাৰা ডেস্ক,11 জুনঃ মুম্বাইৰ বাণ্ড্ৰাত স্থিত মলাইকা অৰোৰাৰ বিল্ডিং টস্কনী এপাৰ্টমেন্টত কৰ'ণাত আক্ৰান্ত ব্যক্তি পোৱাৰ পিছতে ছীল কৰি দিয়া হয় সম্পূৰ্ণ এপাৰ্টমেন্টটো ৷ 8 জুনৰ দিনা বী.এম. চিয়ে ছীল কৰি দিছিল এপাৰ্টমেন্টটো ৷

malaikas building gets sealed after a resident tests positive for the covid-19 virus
ছীল হ'ল মলাইকা অৰোৰাৰ ব্লিডিং

উল্লেখ্য যে, মাৰ্চ মাহত লক্ ডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা মলাইকাই পুত্ৰ আৰহান আৰু নিজৰ কুকুৰটোৰ সৈতে আছিল চেল্ফ আইচ'লেচনত ৷

সাধাৰণতে ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থাকে অভিনেত্ৰী মলাইকা অৰোৰা ৷ বিগত দিনকেইটাত বিভিন্ন টুইট, প'ষ্ট শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে সংস্পৰ্শত আছে অভিনেত্ৰীগৰাকী ৷ কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

Last Updated : Jun 11, 2020, 5:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.