ETV Bharat / sitara

মাতৃৰ জন্মদিনত আৱেগিক হৈ পৰিল জাহ্নৱী কাপুৰ - sridevi Birth anniversary

বলীউড অভিনেত্ৰী শ্ৰী দেৱীৰ জন্মবাৰ্ষিকী উপলক্ষে জীয়ৰী জাহ্নৱী কাপুৰে শ্বেয়াৰ কৰিলে মাতৃৰ সৈতে উঠা এখন পুৰণি ফটো ৷ লগতে লিখিলে এটি আৱেগিক নোট ৷

janhvi kapoor remembers mother sridevi on her Birth anniversary
মাতৃৰ জন্মদিনত আৱেগিক হৈ পৰিল জাহ্নৱী কাপুৰ
author img

By

Published : Aug 13, 2020, 7:32 PM IST

চিটাৰা ডেস্ক,13 আগষ্টঃ বলীউড অভিনেত্ৰী জাহ্নৱী কাপুৰে নিজৰ মাতৃ তথা বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী শ্ৰী দেৱীৰ জন্মদিন উপলক্ষে ছ'চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিলে মাতৃৰ সৈতে তোলা এখন পুৰণি ফটো ৷ ফটোখনৰ সৈতে জাহ্নৱীয়ে "আই লাভ ইউ মা" বুলি লিখিছে ৷ জাহ্নৱী কাপুৰৰ এই আৱেগিক প'ষ্টটোত বহুকেইগৰাকী তাৰকাই কমেন্ট কৰিছে ৷

নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডত খ্যাতি লাভ কৰা "বলীউডৰ ছান্দনী" খ্যাত অভিনেত্ৰী শ্ৰী দেৱীয়ে 1963 চনৰ 13 আগষ্টত তামিলনাডুত জন্মগ্ৰহণ কৰিছিল ৷ অতি কম বয়সৰ পৰাই অভিনয়ৰ সৈতে জড়িত হৈ পৰিছে হাৱা হাৱাই খ্যাত অভিনেত্ৰী গৰাকী ৷

ইফালে শ্ৰী দেৱীৰ জীয়ৰী জাহ্নৱীৰ নতুন কামলৈ চালে, শেহতীয়াকৈ নেটফ্লিক্সত মুক্তি লাভ কৰিছে অভিনেত্ৰী গৰাকীৰ গুঞ্জন চক্সেনাঃ দ্য কাৰ্গিল গাৰ্ল নামৰ নতুন ছবিখনে ৷

লগতে চাওকঃবলীউডৰ 'হাৱা হাৱাই'ৰ জন্মদিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.