ETV Bharat / sitara

নিধি পাৰমাৰ হীৰনন্দনীৰ সৈতে ৰিয়াই পৰৱৰ্তী ছবিত কাম কৰিব নেকি ৰিয়াই ?

author img

By

Published : Mar 29, 2021, 2:46 PM IST

'চেহৰে'ৰ মুক্তিৰ অপেক্ষাত ৰিয়া চক্ৰৱৰ্তী । সুশান্ত সিং ৰাজপুত মৃত্যুৰ পাচত ৰিয়াৰ প্ৰথমখন ছবি 'চেহৰে' । সুশান্তৰ মৃত্যুৰ প্ৰায় ন মাহৰ অন্তত 'চান্দ কি আঁখ'ৰ প্ৰযোজক নিধি পাৰমাৰ হীৰনন্দনীৰ সৈতে ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ ৰিয়াৰ ।

নিধি পাৰমাৰ হীৰনন্দনীৰ সৈতে ৰিয়াই পৰৱৰ্তী ছবিত কাম কৰাৰ পৰিকল্পনা কৰিছে নেকি?

চিটাৰা ডেস্ক, ২৯ মাৰ্চ: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰে জড়িত বলিউড অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে দেওবাৰে ইনষ্টাগ্ৰাম পোষ্টত প্ৰেমৰ শক্তি সম্পৰ্কে এক পোষ্ট শ্বেয়াৰ কৰে । উক্ত পোষ্টটোত 'চান্দ কি আঁখ'ৰ প্ৰযোজক নিধি পাৰমাৰ হীৰনন্দনীকো দেখা গৈছে । উক্ত পোষ্টৰ জৰিয়তে দুয়োগৰাকীয়ে পৰৱৰ্তী ছবিত কাম কৰাৰ বাবে পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

উক্ত পোষ্টটোত ৰিয়াই আমেৰিকাৰ লেখক ৰবাৰ ফুলহামৰ উদ্ধৃতি দি শ্বেয়াৰ কৰিছিল । ইয়াৰ পূৰ্বেও ডিচেম্বৰ মাহত ৰিয়াই নিধিৰ সৈতে এক ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । ৰিয়াৰ অন্যতম ঘনিষ্ঠ বন্ধুৰ তালিকাৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী নিধি পাৰমাৰ হীৰনন্দনীও । ইফালে, ৰিয়াক শেহতীয়াকৈ সুশান্তৰ মৃত্যুৰ গোচৰৰ ড্ৰাগছ সম্পৰ্কীয় তদন্তত ৰিয়াৰ ভাতৃ শ্বয়িক চক্ৰৱৰ্তীকে ধৰি আন ৩২ জনৰ সৈতে প্ৰথমে এনচিবি অভিযোগপত্ৰত ৰিয়াৰ নামো অন্তৰ্ভুক্ত কৰা হৈছিল ।

লগতে পঢ়ক: প্ৰভাসৰ ৬ কোটিটকীয়া বাহনক লৈ তোলপাৰ ছ'চিয়েল মিডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.