ETV Bharat / sitara

১০০ কোটি ক্লাবত অন্তৰ্ভুক্ত হোৱাৰ দিশত 'গালী বয়'

প্ৰথমটো সপ্তাহত উপাৰ্জন ৯৫.২০ কোটি টকা

author img

By

Published : Feb 22, 2019, 4:55 AM IST

১০০ কোটি ক্লাৱৰ দিশে ৰণবীৰ আৰু আলিয়াৰ "গলী বয়"

নিউজ ডেস্ক ২২ ফেব্ৰুৱাৰীঃ বছৰটোৰ বহু চৰ্চিত ছবি 'গলী বয়' এতিয়া ১০০ কোটিৰ দিশে । যোৱা ১৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত গলী বয় ছবি খনে দৰ্শক তথা সমালোচকৰ ভূয়সী প্ৰসংশা লাভ কৰিবলৈ সক্ষম হৈছে । ব্যৱসায়িক ভাৱেও যথেষ্ট সফল হৈছে ছবি খন। বলিউডৰ লগতে হলিউদৰ তাৰকাৰ পৰাও প্ৰশংসা লাভ কৰিছে ছবি খনে। হলিউদৰ তাৰকা উইল স্মিথে ৰণবীৰ কাপুৰৰ অভিনয়ক প্ৰশংসা কৰে ।

ছবি খনে এতিয়া ১০০ কোটি ক্লাৱ দখল কৰাৰ দিশে ধাৱমান হৈছে। ছবি খনে মুক্তিৰ প্ৰথমটো সপ্তাহত উপাৰ্যন কৰে মুঠ ৯৫.২০ কোটি টকা । ছবি সমালোচক তৰুণ আদৰ্শৰ মতে ছবিখনে মুক্তিৰ দিনটোত ১৯.৪০ কোটি, শনিবাৰে ১৩.১০ কোটি, দেওবাৰে ২১.৩০ কোটি , সোমবাৰে ৮.৬৫ কোটি, মংগলবাৰে ৮.০৫ কোটি আৰু বুধবাৰে ৬.০৫ কোটিৰ উপাৰ্যন কৰিব সক্ষম হৈছে ।

  • #GullyBoy is having an incredible run #Overseas... Has crossed $ 3 million in USA+Canada, while #Overseas total till Tue [19 Feb 2019] is approx $ 6 million [₹ 42.70 cr]... Breakup:
    USA+Canada: $ 3 mn
    UAE+GCC: $ 1.231 mn
    UK: $ 430k
    Australia: A$ 542k

    — taran adarsh (@taran_adarsh) February 20, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

গলী বয় ছবিখন প্ৰযোজনা কৰিছে জয়া আখতাৰে। আনহাতে ছবিখনত প্ৰথমবাৰৰ বাবে ৰণবীৰ সিঙৰ কণ্ঠত সংগীত বাণীবদ্ধ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.