ETV Bharat / sitara

১০০ কোটি ক্লাৱত ৰণবীৰ আৰু আলিয়াৰ "গলী বয়"

শুকুৰবাৰে ১০০ কোটি ক্লাৱত অন্তৰ্ভূক্ত হ'ল ৰণবীৰ আৰু আলিয়াৰ অভিনীত "গলী বয়"

author img

By

Published : Feb 23, 2019, 10:11 AM IST

১০০ কোটি ক্লাৱত ৰণবীৰ আৰু আলিয়াৰ "গলী বয়"

নিউজ ডেস্ক ২২ ফেব্ৰুৱাৰীঃযোৱা ১৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত গলী বয় ছবি খনে দৰ্শক তথা সমালোচকৰ ভূয়সী প্ৰসংশা লাভ কৰিবলৈ সক্ষম হৈছে । আনকি হলিউডৰ তাৰকাৰ পৰাও প্ৰশংসা লাভ কৰিছে ছবি খনে।

  • #GullyBoy benchmarks...
    Crossed ₹ 50 cr: Day 3
    ₹ 75 cr: Day 5
    ₹ 100 cr: Day 8
    Weekend 2: Plexes will contribute to its biz... Lifetime biz will depend on how strongly it trends at metros in coming days.

    — taran adarsh (@taran_adarsh) February 22, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

অষ্ঠমটো দিনত ১০০ কোটি টকা উপৰ্যান কৰিবলৈ সক্ষম হৈছে ছবিখনে । মুক্তিৰ প্ৰথমটো সপ্তাহত উপাৰ্যন কৰিছিল ৯৫.২০ কোটি টকা ।

গলী বয় ছবিখন প্ৰযোজনা কৰিছে জয়া আখতাৰে। আনহাতে ছবিখনত প্ৰথমবাৰৰ বাবে ৰণবীৰ সিঙৰ কণ্ঠত সংগীত বাণীবদ্ধ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.