ETV Bharat / sitara

স্বামী ৰিতেশ দেশমুখৰ সৈতে পুনৰ অভিনয় কৰাৰ ইংগিত জেনেলিয়াৰ

অভিনেত্ৰী জেনেলিয়া ডি’চুজা দেশমুখ স্বামী ৰিতেশ দেশমুখৰ সৈতে পুনৰ অভিনয় কৰিবলৈ আগ্ৰহী ৷ আগন্তুক দিনত কিবা এক গুৰুত্বপূৰ্ণ বিষয়ৰ সন্ধানত থকা বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷

author img

By

Published : Oct 11, 2020, 7:06 PM IST

Genelia hints at onscreen reunion with hubby Riteish
স্বামী ৰিতেশ দেশমুখৰ সৈতে পুনৰ অভিনয় কৰাৰ ইংগিত জেনেলিয়াৰ

চিটাৰা ডেস্ক,11 অক্টোবৰ : স্বামী ৰিতেশ দেশমুখৰ সৈতে পুনৰ অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ অভিনেত্ৰী জেনেলিয়া ডি’চুজা দেশমুখৰ ৷ আগন্তুক দিনত এইটো সম্ভৱ হ’ব পাৰে বুলি অভিনেত্ৰী জেনেলিয়াই এই কথা সদৰি কৰে ৷

2003 চনত মুক্তিলাভ কৰা ‘তুঝে মেৰী কচম’ ছবিখনৰ যোগেদি জেনেলিয়া-ৰিতেশৰ সাক্ষাৎ হৈছিল ৷ তাৰ পাচত ‘মস্তী’(2004) আৰু ‘তেৰে নাল লৱ হো গয়া’(2012) ছবিত দেশমুখ দম্পতীয়ে একেলগে অভিনয় কৰে ৷

‘‘বহু সময় উকলিল ৷ আমি একেলগে সুযোগ পোৱাৰ আশা কৰিছো ৷ বৰ্তমান মই কিবা এক গুৰুত্বপূৰ্ণ বিষয়ৰ সন্ধানত আছো’’ ৷ সংবাদ মাধ্যমযোগে জেনেলিয়াই এইদৰে মন্তব্য কৰে ৷

লগতে পঢ়ক: #BoycottMirzapur2 ট্ৰেণ্ড সন্দৰ্ভত মুন্না ত্ৰিপাঠী ওৰফে দিব্যেন্দু শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.