ETV Bharat / sitara

আয়ুষ্মান খোৰানাৰ নৱতম ছবি "আৰটিকল 15"ৰ ফাৰ্ষ্ট লুক মুকলি

প্ৰযোজক পৰিচালক অনুভৱ সিনহাৰ নৱতম ছবি "আৰটিকল 15"ৰ ফাৰ্ষ্ট লুক মুকলি হৈছে ৷ ছবিখন অনুসন্ধান মুলক হব বুলি জানিবলৈ দিয়ে প্ৰযোজক গৰাকীয়ে ৷

author img

By

Published : Mar 6, 2019, 6:51 PM IST

আয়ুষ্মান খোৰানাৰ নৱতম ছবি "আৰটিকল 15"ৰ ফাৰ্ষ্ট লুক মুকলি

নিউজ ডেস্ক, 6 মাৰ্চ: প্ৰযোজক পৰিচালক অনুভৱ সিনহাৰ নৱতম ছবি "আৰটিকল 15"ৰ ফাৰ্ষ্ট লুক মুকলি হৈছে ৷ ছবিখন অনুসন্ধান মুলক হব বুলি জানিবলৈ দিয়ে প্ৰযোজক গৰাকীয়ে ৷

আয়ুষ্মানক এজন আৰক্ষী বিষয়াৰ ৰূপত দেখা যাব ছবিখনত ৷ অনুভৱ সিনহাৰ ছবিত প্ৰথমবাৰৰ বাবে অভিনয় কৰিব আয়ুষ্মানে ৷ ছবিখনত আৰু অভিনয় কৰিছে চায়ানী গুপ্তা, মনোজ পাহৱা, ঈশা তালৱাৰ, জীষান আয়োবৰ দৰে শিল্পীয়ে ৷

ছবিখন বেনাৰস মিডিয়া ৱৰ্কচৰ বেনাৰৰ তলত প্ৰযোজিত হব ৷

First look of Ayushmaan Khurrana starrer "Article 15" released

আয়ুষ্মান খোৰানাৰ নৱতম ছবি "আৰটিকল 15"ৰ ফাৰ্ষ্ট লুক মুকলি

নিউজ ডেস্ক, 6 মাৰ্চ: প্ৰযোজক পৰিচালক অনুভৱ সিনহাৰ নৱতম ছবি "আৰটিকল 15"ৰ ফাৰ্ষ্ট লুক মুকলি হৈছে ৷ ছবিখন অনুসন্ধান মুলক হব বুলি জানিবলৈ দিয়ে প্ৰযোজক গৰাকীয়ে ৷

আয়ুষ্মানক এজন আৰক্ষী বিষয়াৰ ৰূপত দেখা যাব ছবিখনত ৷ অনুভৱ সিনহাৰ ছবিত প্ৰথমবাৰৰ বাবে অভিনয় কৰিব আয়ুষ্মানে ৷ ছবিখনত আৰু অভিনয় কৰিছে চায়ানী গুপ্তা, মনোজ পাহৱা, ঈশা তালৱাৰ, জীষান আয়োবৰ দৰে শিল্পীয়ে ৷

ছবিখন বেনাৰস মিডিয়া ৱৰ্কচৰ বেনাৰৰ তলত প্ৰযোজিত হব ৷
AyushmannKhurrana_Mar6.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.