ETV Bharat / sitara

"জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী

author img

By

Published : Dec 28, 2019, 4:00 PM IST

দৈজিং উৎসৱৰ প্ৰথম নিশাৰ আকৰ্ষণ বলীউড তাৰকা বিশাল-শেখৰ, জনিতা গান্ধী আৰু সুগন্ধা মিশ্ৰা । অনুষ্ঠানৰ মাজতে কন্ঠশিল্পী বিশাল দাদলানীয়ে 'জয় আই অসম' ধ্বনি দি জাতি প্ৰেমেৰে উদ্বুদ্ধ কৰি তোলে উপস্থিত ৰাইজক ৷

Dwijing festival first cultural night
দৈজিং উৎসৱ

চিৰাং,28 ডিচেম্বৰঃ শুকুৰবাৰৰ পৰা চিৰাঙত অনুষ্ঠিত হৈ আছে দৈজিং উৎসৱ ৷ লোকে লোকাৰণ্য হৈ পৰিছে দৈজিংস্থলী ৷ দৈজিং উৎসৱৰ নিশা নিজৰ কন্ঠৰ যাদুৰে জীপাল কৰি তুলিছে বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পীসকলে ৷ দৈজিং উৎসৱৰ প্ৰথম নিশাৰ আকৰ্ষণ বলীউড তাৰকা বিশাল-শেখৰ, জনিতা গান্ধী, সুগন্ধা মিশ্ৰা । বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী বিশাল-শেখৰে এটাৰ পিছত আনটো সুমধুৰ গীতেৰে জীপাল কৰি তোলে দৈজিংস্থলী ৷ অনুষ্ঠানৰ মাজতে কন্ঠশিল্পী বিশালে 'জয় আই অসম ' ধ্বনি দি জাতি প্ৰেমেৰে উদ্বুদ্ধ কৰি তোলে উপস্থিত ৰাইজক ৷ লগতে অভিনেত্ৰী তথা কন্ঠশিল্পী সুগন্ধা মিশ্ৰাই উপস্থিত ৰাইজক আহ্লাদিত কৰি তোলে কৌতুক অভিনয় আৰু গীতৰ মাধ্যমেৰে ৷

দৈজিংস্থলী

সুগন্ধা মিশ্ৰাই দৈজিং উৎসৱত উপস্থিত থাকি নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে এনেদৰেঃ

অভিনেত্ৰী তথা কন্ঠশিল্পী সুগন্ধা মিশ্ৰা

লগতে পঢ়কঃ ছত্তিশগড়ত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

Intro:বলীউদৰ কণ্ঠশিল্পী বিশালৰ মুখত জয় আই অসম ধ্বনি । চিৰাঙৰ দৈজিং উৎসৱত যোৱানিশা আছিল বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল শেখৰৰ অনুষ্ঠান। অনুষ্ঠানৰ মাজতে অসমৰ সাম্প্ৰতিক পৰিস্থিতি কি সেয়া জানে বুলি ক’লে বিশালে। লগতে দিলে কেবাবাৰো জয় আই অসম ধ্বনি। প্ৰচণ্ড ঠাণ্ডাকো নেওচি লক্ষাধিক লোকে উপভোগ কৰে অনুষ্ঠান। মুঠতে বিটিচিত যদিও নাগৰিকত্ব সংশোধনি আইন বিৰোধি আন্দোলনৰ বিশেষ কোনো প্ৰভাৱ নপৰিল তাৰ পিচতো চিৰাঙৰ দৈজিং উৎসৱত বলিউডৰ গায়ক বিশাল সেখৰৰ সৈতে লক্ষাধিক লোকে দিলে জয় আই ধ্বনি । দৈজিঙৰ বাকৰিত মুখৰিত হল জয় আই ধ্বনিৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বলীউদৰ কণ্ঠশিল্পী বিশালৰ মুখত জয় আই অসম ধ্বনি ।

Conclusion:বলীউদৰ কণ্ঠশিল্পী বিশালৰ মুখত জয় আই অসম ধ্বনি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.