চিটাৰা ডেস্ক,13 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ দৰে মাৰাত্মক ভাইৰাছে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে ৷ এই আতংকৰ মাজতে ভাৰতত শেহতীয়াকৈ বন্ধ কৰা হৈছে বহুকেইটা ছবিগৃহ ৷ চৰকাৰৰ পৰামৰ্শ মানি 31 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব দিল্লী,কেৰালা,জম্মু-কাশ্মীৰৰ মাল্টিপ্লেক্স চেইন পি.ভি.আৰ ছবিগৃহসমূহ ৷
-
In adherence of the government's precautionary advisory against #COVID19, #PVR will shut down all cinema halls in Kerala, Delhi, UT of Jammu and Kashmir till 31st March.
— PVRCinemas 🎬 (@_PVRCinemas) March 12, 2020 " class="align-text-top noRightClick twitterSection" data="
Read the media statement to know more. pic.twitter.com/u0qDmweQ3C
">In adherence of the government's precautionary advisory against #COVID19, #PVR will shut down all cinema halls in Kerala, Delhi, UT of Jammu and Kashmir till 31st March.
— PVRCinemas 🎬 (@_PVRCinemas) March 12, 2020
Read the media statement to know more. pic.twitter.com/u0qDmweQ3CIn adherence of the government's precautionary advisory against #COVID19, #PVR will shut down all cinema halls in Kerala, Delhi, UT of Jammu and Kashmir till 31st March.
— PVRCinemas 🎬 (@_PVRCinemas) March 12, 2020
Read the media statement to know more. pic.twitter.com/u0qDmweQ3C
শেহতীয়াকৈ মাল্টিপ্লেক্স চেইন পি.ভি.আৰৰ টুইটাৰ যোগে অফিচিয়েলি ঘোষণা কৰা হয় এই কথা ৷ ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে জনাই যে, ৰাজধানী দিল্লীত 31 মাৰ্চলৈকে বন্ধ থাকিব সকলোবোৰ ছবিগৃহ ৷ লগত জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবেই তেওঁ লৈছে এই বিশেষ পদক্ষেপ ৷