মুম্বাই,18 ফেব্ৰুৱাৰীঃ শীঘ্ৰেই মুক্তি পাব এসময়ৰ জনপ্ৰিয় ছবি বান্টি আৰু বাবলীৰ চিকুৱেল ৷ এই বৰ্ষৰ জুন মাহৰ 26 তাৰিখে মুক্তি পাব বহু প্ৰত্যাশিত ছবি বান্টি আৰু বাবলীৰ চিকুৱেল বান্টি আৰু বাবলী 2 ৷
"চিনেমাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক চিনাকী নাম বান্টি আৰু বাবলী ৷ আমি সৰুৰ পৰা ডাঙৰ হৈ অহালৈকে ছবিখন দেখি ডাঙৰ হৈছো ৷ বাস্তৱত এই ছবিখন বহুত পচন্দ কৰিবলগীয়া এখন ছবি ৷ বান্টি আৰু বাবলী বহু স্মৃতি বহনকাৰী এখন ছবি ৷"
"যেতিয়া আমি বান্টি আৰু বাবলী-2ৰ লগ' ডিজাইন কৰি আছিলো, তেতিয়া আমি লক্ষ্য ৰাখিছিলো যে আমি ছবিখনৰ মূল লোকসকলক ছবিখনত ৰাখিম ৷ কাৰণ এই চিকুৱেলখন পূৰ্বৰ ছবিখনৰ বাবে এক শ্ৰদ্ধাঞ্জলী স্বৰূপ ৷" এনেদৰে ছবিখনৰ সন্দৰ্ভত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ছবিখনৰ নিৰ্দেশক গৰাকীয়ে ৷
-
They’ll con you when you least expect it! #BuntyAurBabli2 in cinemas on 26th June, 2020. #SaifAliKhan #RaniMukerji @SiddhantChturvD #Sharvari #VarunVSharma @BuntyAurBabli2_ pic.twitter.com/vOY4M4kdh1
— Yash Raj Films (@yrf) February 18, 2020 " class="align-text-top noRightClick twitterSection" data="
">They’ll con you when you least expect it! #BuntyAurBabli2 in cinemas on 26th June, 2020. #SaifAliKhan #RaniMukerji @SiddhantChturvD #Sharvari #VarunVSharma @BuntyAurBabli2_ pic.twitter.com/vOY4M4kdh1
— Yash Raj Films (@yrf) February 18, 2020They’ll con you when you least expect it! #BuntyAurBabli2 in cinemas on 26th June, 2020. #SaifAliKhan #RaniMukerji @SiddhantChturvD #Sharvari #VarunVSharma @BuntyAurBabli2_ pic.twitter.com/vOY4M4kdh1
— Yash Raj Films (@yrf) February 18, 2020
বান্টি আৰু বাবলীৰ চিকুৱেলখনত নৱাগত জনপ্ৰিয় অভিনেতা সিদ্ধান্ত চৰ্তুবদীৰ সৈতে দেখিবলৈ পোৱা যাব সাৰ্ৱাৰী ৱাগক ৷ লক্ষণীয় কথাটো হ'ল এই ছবিখনে পুনৰ সংযোগ ঘটাইছে চেইফ আলি খান আৰু ৰাণী মুখাৰ্জীক ৷ আদিত্য চোপ্ৰাৰ দ্বাৰা নিৰ্মিত ছবিখনৰ নিৰ্দেশনা আগবঢ়াইছে বৰুণ বিয়ে ৷
লগতে পঢ়কঃতাপসী পান্নুৱে অভিনয় কৰিব হিন্দী ৰূপান্তৰণ ৰাণ ল'লা ৰাণত