ETV Bharat / sitara

অনুৰাগীলৈ মহাশিৱৰাত্ৰিৰ শুভকামনা বলীউড তাৰকাৰ

কংগনা ৰাণাৱত,ঋষি কাপুৰ,অনুপম খেৰ,সুনীল গ্ৰ'ভাৰ সহিতে বহুকেইগৰাকী বলীউড তাৰকাই অনুৰাগীক জনালে মহাশিৱৰাত্ৰিৰ শুভকামনা ৷

Bollywood stars wish fans on Maha Shivaratri
মহাশিৱৰাত্ৰিৰ শুভকামনা বলীউড তাৰকাৰ
author img

By

Published : Feb 21, 2020, 9:08 PM IST

চিটাৰা ডেস্ক,21 ফেব্ৰুৱাৰীঃ আজি মহাশিৱৰাত্ৰি ৷ এই মহাশিৱৰাত্ৰি উপলক্ষে বলীউড তাৰকাসকলে চ'ছিয়েল মিডিয়াযোগে শুভকামনা জনালে অনুৰাগীসকলক ৷

মহাশিৱৰাত্ৰিৰ শুভক্ষণত বিগ বি অমিতাভ বচ্চনে টুইটযোগে লিখে ,"Maha Shivaratri Shubham! Jai Shiv Shankar! Om Namah Shivaay Om Namah Shivaay Om Namah Shivaay!!"

  • T 3447 - महा शिव रात्रि शुभम ! जय शिव शंकर !
    ओम् नमो शिवाय , ओम् नमो शिवाय , ओम् नमो शिवाय !! pic.twitter.com/oOrOz44EA0

    — Amitabh Bachchan (@SrBachchan) February 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

জ্যেষ্ঠ অভিনেতা ঋষি কাপুৰে টুইটযোগে লিখে , "Wishing all a very Happy Maha Shiv Ratri!"

  • सब को मेरी तरफ़ से महा शिव रात्रि की बधाई और शुभ कामनाएँ। Wishing all a very Happy Maha Shiv Ratri! pic.twitter.com/lXAnZ3BgOE

    — Rishi Kapoor (@chintskap) February 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেৱল টুইটাৰৰ মাধ্যমেৰে নহয়, ইনষ্টাগ্ৰাম যোগেও বহুজনে জনালে মহাশিৱৰাত্ৰিৰ শুভকামনা ৷

কংগনা ৰাণাৱতে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামযোগে সকলোকে জনালে মহাশিৱৰাত্ৰিৰ শুভকামনা ৷

অভিনেতা অনুপম খেৰে ইনষ্টাগ্ৰাম যোগে লিখে, "Wishing everyone a very happy Maha Shivaratri. May Lord Shankar always protect you! Jay Shiv Shankar. Jay Bholenath. Om Namah Shivaay!! Har Har Mahadev!!"

কন্ঠশিল্পী ,অভিনেতা দিলজিৎ দোচাঞ্জে লিখে, "Happy #MahaShivaratri BHAM BHAM BHOLE"

  • MahaShivratri ki Shubhkamnaein! 🙏Om namah Shivay!

    — Sunil Grover (@WhoSunilGrover) February 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কমেডিয়ান অভিনেতা সুনীল গ্ৰভাৰে টুইটযোগে লিখে, "MahaShivratri ki Shubhkamnaein! Om namah Shivay!"

  • Om Namah Shivay..
    On the auspicious occasion of Maha Shivratri may Lord Shiva bless us all with peace and happiness and guide us all on the path of righteousness. https://t.co/4ItmmQnN6g

    — Shreya Ghoshal (@shreyaghoshal) February 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কন্ঠশিল্পী আদনান স্বামীয়ে টুইটযোগে লিখে,"Happy Maha Shivratri To All my Friends & Familys...Love! #HappyShivratri"

সুমধুৰ কন্ঠৰ অধিকাৰী শ্ৰেয়া ঘোষালে লিখে,"Om Namah Shivay.. On the auspicious occasion of Maha Shivratri may Lord Shiva bless us all with peace and happiness and guide us all on the path of righteousness."

এই শুভকামনাৰ সমান্তৰালভাৱে অনুৰাগীসকলে নিজৰ প্ৰিয় তাৰকাসকলৰ সফলতা আৰু সুস্বাস্থ্যৰ কামনা কৰি তেওঁলোকক কমেন্ট প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃপুনৰ অনুভৱ সিনহাৰ সৈতে কাম কৰিব আয়ুষ্মান খুৰাণাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.