ETV Bharat / sitara

গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয়

author img

By

Published : Jan 21, 2020, 5:28 PM IST

মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী যুৱ সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয় ৷

Bibek oberoi at Guwahati
গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয়

গুৱাহাটী, 21 জানুৱাৰীঃ গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয় ৷ মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী যুৱ সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বলীউডৰ অভিনেতাগৰাকীয়ে ৷ বিবেক অৱেৰয়ৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে পৰিগণিত কৰা ক্ষেত্ৰত চৰকাৰে লৈছে এই বিশেষ পদক্ষেপ ৷ অসম চৰকাৰকো ভূয়সী প্ৰশংসা কৰে বিবেক অৱেৰয়ে ৷ ইফালে অনুষ্ঠানত উপস্থিত যুৱ প্ৰতিনিধিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ একান্ত প্ৰচেষ্টাৰ বাবে অসমত খেলো ইণ্ডিয়াৰ দৰে সমাৰোহ অসমত অনুষ্ঠিত হৈছে বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে ৷ উল্লেখযোগ্য যে, বুধবাৰে অনুষ্ঠিত হ'ব লগা খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানটো উপস্থিত থাকিব বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয় ৷

লগতে পঢ়কঃসুশান্ত সিং ৰাজপুতৰ জন্মদিনঃ বেক গাউণ্ড ডাঞ্চাৰৰ পৰা বলীউডৰ অভিনেতা হোৱাৰ যাত্ৰা

Intro:গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অবৰয়। মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী যুৱ সন্মিলনৰ সামৰণি অংশ লয় বলীউডৰ অভিনেতাগৰাকীয়ে। বিবেক অবৰয়ৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে পৰিগণিত কৰা ক্ষেত্ৰত চৰকাৰে লৈছে বিশেষ পদক্ষেপ। অসম চৰকাৰকো ভূয়সী প্ৰশংসা কৰে বিবেক অবৰয়। ইফালে অনুষ্ঠানত উপস্থিত যুৱ প্ৰতিনিধিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ একান্ত প্ৰচেষ্টাৰ বাবে অসমত খেল' ইণ্ডিয়াৰ দৰে সমাৰোহ অসমত অনুষ্ঠিত হৈছে বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে। উল্লেখযোগ্য যে কাইলৈ খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানটো উপস্থিত থাকিব বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অবৰয়।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.