ETV Bharat / sitara

কিশোৰ কুমাৰৰ 91 সংখ্যক জন্মদিন বিশেষ

author img

By

Published : Aug 4, 2020, 6:14 PM IST

কিশোৰ কুমাৰে একাধাৰে এগৰাকী লেখক, এগৰাকী কন্ঠশিল্পী, এগৰাকী অভিনেতাৰ পৰা এগৰাকী নিৰ্দেশক, সংগীত পৰিচালক আটাইকেইটা শিতানতে যথেষ্ট সফলতা অৰ্জন কৰিছে ৷ তেওঁৰ 91 সংখ্যক জন্মদিনটোত আহকচোন মনত পেলাও তেওঁৰ স্মৰণীয় গীতসমূহৰ বিষয়েঃ

Birthday special 91th Birth Anniversary of singer Kishore kumar
কিশোৰ কুমাৰৰ 91 সংখ্যক জন্মদিন বিশেষ

চিটাৰা ডেস্ক,4 আগষ্টঃ বহুমুখী প্ৰতিভাৰ গৰাকী কিশোৰ কুমাৰ কেৱল এগৰাকী বিখ্যাত কন্ঠশিল্পীয়ে নহয় তেওঁ আছিল লেখক, অভিনেতা, নিৰ্দেশক আৰু সংগীত পৰিচালক ৷ তেওঁৰ জন্ম হৈছিল 1929 চনৰ 4 আগষ্টত মধ্যপ্ৰদেশৰ খণ্ডৱা নামৰ এখন চহৰত ৷ কিশোৰ কুমাৰৰ প্ৰকৃত নাম আছিল আভাস কুমাৰ গাংগুলী ৷ 1987 চনৰ 13 অক্টোবৰত মুম্বাইত মৃত্যু হৈছিল কিশোৰ কুমাৰৰ ৷ নিজৰ সুমধুৰ কন্ঠৰ জৰিয়তে কিশোৰ কুমাৰ আজিও আমাৰ মাজত প্ৰাণৱন্ত হৈ আছে ৷ আজিৰ দিনতো তেওঁৰ গানৰ অজস্ৰ প্ৰেমিক আছে ৷ তেতিয়াহ'লে তেওঁৰ 91 সংখ্যক জন্মদিনটোত আহকচোন চাও তেওঁৰ চিৰযুগমীয়া গীতৰ বিষয়েঃ

  • মেৰে জীৱন চাথী ছবিখনৰ অ' মেৰে দিল কে চেন গীতটোৱে মানুহৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল ৷
    • " class="align-text-top noRightClick twitterSection" data="">
  • মিষ্টাৰ এক্স ইন বম্বে ছবিৰ মেৰে মেহবুব কায়ামত হ'গী যথেষ্ট জনপ্ৰিয় আৰু সকলোৰে পচন্দৰ গীত আছিল ৷ কিশোৰ কুমাৰে নিজৰ এই গীতটোত নিজেই অভিনয় কৰিছিল ৷

  • চিৰ যুগমীয়া ৰোমান্টিক গীতৰ তালিকাখনত কিশোৰ কুমাৰৰ এটা জনপ্ৰিয় গীত আছে ,সাগৰ ছবিখনৰ চেহৰা য়া চান্দ খিলা হে

  • চন 1968ত পৰোচন নামৰ এখন ছবি ৰিলিজ হৈছিল ৷এই ছবিখনৰ মেৰে চামনে বালী খিড়কী গানটো কোনেনো পাহৰিব পাৰে ৷ এই গানত কন্ঠদান কৰাৰ লগতে অভিনয় কৰিছিল কিশোৰ কুমাৰে ৷

  • ছবি মুকদ্দৰ কা চিকণ্ডৰৰ গান অ' চাথী ৰে গীতটো যথেষ্ট জনপ্ৰিয় হৈছিল ৷ য'ত অভিনয় কৰিছিল মেগাষ্টাৰ অমিতাভ বচ্চনে ৷

  • 1958চনৰ ছবি চলতী কা নাম গাড়ীৰ আটাইকেইটা গানেই যথেষ্ট জনপ্ৰিয় হৈছিল ৷লাগিলে সেয়া হাল কেচা হে জানাবে হওক বা পাঁচ ৰূপয়া বাৰা আনাই হওক ৷ প্ৰত্যেকটো গীতেই মানুহে যথেষ্ট ভাল পাইছিল ৷

  • কিশোৰ কুমাৰে কন্ঠদান কৰা আৰাধনা ছবিৰ গীত মেৰে চপনো কে ৰাণী যথেষ্ট জনপ্ৰিয় হৈছিল ৷ য'ত অভিনয় কৰিছিল ৰাজেশ খান্না আৰু শৰ্মিলা টেগ'ৰে ৷

  • কিশোৰ কুমাৰৰ কন্ঠত ছবি কটী পতংগৰ গীত প্যাৰ দীৱানা হোতা হে' গীতটোৱেও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

  • ধৰ্মেন্দ্ৰ আৰু ৰাখীয়ে অভিনয় কৰা ছবি ব্লেকমেইলৰ গান পল পল দিল কে পাচ গীতটিক আজিও দৰ্শকে যথেষ্ট পচন্দ কৰে ৷ কিশোৰ কুমাৰৰ এই গীতটো সকলোৰে যথেষ্ট পচন্দৰ ৷ কিশোৰ কুমাৰ যদিও আজিও আমাৰ মাজত নাই কিন্তু তেওঁৰ গীতসমূহ সদায় অনুৰাগীৰ হৃদয়ৰ নিচেই কাষত আছে আৰু সদায়েই থাকিব ৷

লগতে পঢ়কঃসুশান্তৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্তৰ আবেদন নীতিশ কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.