ETV Bharat / sitara

কেমেৰাত আৱদ্ধ বি-টাউনৰ বহু তাৰকা!

author img

By

Published : Feb 25, 2020, 1:04 PM IST

মুম্বাইৰ বহু ঠাইৰ পৰা কেমেৰাত আৱদ্ধ বলীউড জগতৰ বহু তাৰকা ৷ পৰীৰ ৰূপত দেখা গ'ল চানী লিয়নীক ৷

B-town celebs spotted in and around Mumbai
কেমেৰাত আৱদ্ধ বি-টাউনৰ বহু তাৰকা!

চিটাৰা ডেস্ক,25ফেব্ৰুৱাৰীঃ সোমবাৰে অৰ্থাৎ 24ফেব্ৰুৱাৰীৰ নিশা মুম্বাইৰ আশে-পাশে দেখা গ'ল বি টাউনৰ বহুগৰাকী অভিনেতা-অভিনেত্ৰীক ৷ অভিনয় জগতত এক সুকীয়া পৰিচয় দখল কৰা অভিনেত্ৰী চানী লিয়নীক দেখা গ'ল জুহুৰ এখন শিশু বিদ্যালয়ৰ ওচৰত ৷ ৰঙা ৰং পৰিহিত অভিনেত্ৰী চানীক ফুলেৰে সজোৱা এগৰাকী লাল সুন্দৰী দৰেই দেখিবলৈ পোৱা গৈছিল ৷ বলীউডৰ আন এগৰাকী অভিনেত্ৰী জেকুলিন ফাৰণাণ্ডেজ কেমেৰাত আৱদ্ধ কৰা অন্ধেৰীৰ এটা নৃত্য কাল্বৰ বাহিৰত ৷

কেমেৰাত আৱদ্ধ বি-টাউনৰ বহু তাৰকা!

ইফালে,অভিনেতা ৰাজকুমাৰ ৰাওক বান্ধৱী পত্ৰলেখাৰ সৈতে মুম্বাইত দেখিবলৈ পোৱা গৈছিল ৷ দুয়োগৰাকীকে দেখিবলৈ পোৱা গৈছিল সাধাৰণ এযোৰ পোছাকত ৷

অধিক খবৰৰ বাবে:পুনৰ চীনত কৰ'না ভাইৰাছত মৃত্যু 71 গৰাকী লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.