চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ : পুনৰ ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে অভিনেত্ৰী তথা ছবি নিৰ্মাতা অনুষ্কা শৰ্মাই । কিয়নো, এডেলেইড খেল পথাৰত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ৪ দিনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেছত ভাৰতীয় দলে ৩৬ ৰাণ সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতিবলগীয়া হয় । দলটোৰ শোচনীয় প্ৰদৰ্শনৰ পিছত ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অধিনায়ক বিৰাট কোহলিৰ পত্নী অনুষ্কা শৰ্মা ।
-
This is still one of the best Indian Test teams that I could remember. Yes, we had a really bad day in Adelaide today. Shit happens. But we will bounce back. Stronger and better💪.
— Midhun M Menon (@Mid_On_) December 19, 2020 " class="align-text-top noRightClick twitterSection" data="
Enjoy the harmless memes & stop dragging Anushka, Rohit & Dhoni into the conversation.#INDvsAUS
">This is still one of the best Indian Test teams that I could remember. Yes, we had a really bad day in Adelaide today. Shit happens. But we will bounce back. Stronger and better💪.
— Midhun M Menon (@Mid_On_) December 19, 2020
Enjoy the harmless memes & stop dragging Anushka, Rohit & Dhoni into the conversation.#INDvsAUSThis is still one of the best Indian Test teams that I could remember. Yes, we had a really bad day in Adelaide today. Shit happens. But we will bounce back. Stronger and better💪.
— Midhun M Menon (@Mid_On_) December 19, 2020
Enjoy the harmless memes & stop dragging Anushka, Rohit & Dhoni into the conversation.#INDvsAUS
স্বামীৰ সৈতে থাকি প্ৰথমটো সন্তান জন্ম দিয়াৰ আশা কৰি থকা অনুষ্কাক এনেদৰে ভাৰতীয় দলৰ পৰাজয়ৰ বাবে দোষাৰোপ কৰাতো যুক্তিসংগত নহয় বুলিও একাংশই মতামত আগবঢ়াইছে । টুইটাৰত ইতিমধ্যে একাংশ লোকৰ ককৰ্থনাৰ সন্মুখীন হৈছে অনুষ্কা । লগতে সমালোচনা কৰা হৈছে মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মাক । ভাৰতৰ পুতৌজনক প্ৰদৰ্শনৰ বাবে তিনিওকে জগৰীয়া কৰি ক্ষোভ উজাৰিছে একাংশই । লগতে বিৰাট কোহলিয়ে পেটাৰ্নীটি লিভ লোৱাক লৈও একাংশই সমালোচনা কৰিছে ।
-
Anushka Sharma is always blamed for virat kohli's performance in cricket.
— Dr Jwala Gurunath (@DrJwalaG) December 19, 2020 " class="align-text-top noRightClick twitterSection" data="
That's absolutely sick coming from cricket freaks .#INDvAUS
">Anushka Sharma is always blamed for virat kohli's performance in cricket.
— Dr Jwala Gurunath (@DrJwalaG) December 19, 2020
That's absolutely sick coming from cricket freaks .#INDvAUSAnushka Sharma is always blamed for virat kohli's performance in cricket.
— Dr Jwala Gurunath (@DrJwalaG) December 19, 2020
That's absolutely sick coming from cricket freaks .#INDvAUS
কিয়নো, প্ৰাক্তন অধিনায়কে পৰিয়ালৰ বিপদৰ সময়তো ৰাষ্ট্ৰীয় কৰ্তব্য পালন কৰা উদাহৰণ আছে । ইয়াৰ বিপৰীতে আন একাংশই অনুষ্কাক বাৰে বাৰে ভাৰতীয় দলৰ পৰাজয়ৰ বাবে দোষাৰোপ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । কিয় অভিনেত্ৰীগৰাকীক জগৰীয়া কৰা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য যে, অহা জানুৱাৰী মাহত অনুষ্কাই সন্তান প্ৰসৱ কৰাৰ সম্ভাৱনা আছে । যোৱা আগষ্ট মাহত বিৰুষ্কাই এই খবৰটো ৰাজহুৱা কৰিছিল ।
-
Anushka Sharma after poor performance of team India #INDvsAUSTest pic.twitter.com/X02WCeoP8e
— Anna Hazare ➐ (@tadipaar__hun) December 19, 2020 " class="align-text-top noRightClick twitterSection" data="
">Anushka Sharma after poor performance of team India #INDvsAUSTest pic.twitter.com/X02WCeoP8e
— Anna Hazare ➐ (@tadipaar__hun) December 19, 2020Anushka Sharma after poor performance of team India #INDvsAUSTest pic.twitter.com/X02WCeoP8e
— Anna Hazare ➐ (@tadipaar__hun) December 19, 2020
লগতে পঢ়ক:কৃষকক সমৰ্থনৰ আঁৰৰ অভিপ্ৰায় সন্দৰ্ভত প্ৰিয়ংকা,দিলজীতক প্ৰশ্ন কংগনাৰ