ETV Bharat / sitara

ক্ষোভত চ'ছিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি ক্ষমা প্ৰাৰ্থনা অনুভৱ সিনহাৰ

author img

By

Published : Mar 9, 2020, 11:50 AM IST

শেহতীয়াকৈ অনুভৱ সিনহাই থাপ্পৰৰ বক্স অফিচ ৰিপ'ৰ্টৰ ওপৰত কৰিছিল এক অপমানজনক মন্তব্য ৷ চ'ছিয়েল মিডিয়াত তেওঁ কৰা এনে ব্যৱহাৰৰ বাবে পিছত জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি মহিলা, শিশুলৈকে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে ৷

Anubhav Sinha turns abusive over Thappad BO report, apologises
ক্ষমা প্ৰাৰ্থনা অনুভৱ সিনহাৰ

চিটাৰা ডেস্ক,9 মাৰ্চঃ শেহতীয়াকৈ মুক্তি লাভ কৰে অনুভৱ সিনহাৰ এখন সামাজিক বাৰ্তামূলক ছবি থাপ্পৰ ৷ ছবিখনে মুক্তিৰ প্ৰথমটো সপ্তাহত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল ৷ ইয়াকে লৈ এটা ব্যৱসায়িক ৱেবচাইটে লিখিলে ,"থাপ্পৰৰ প্ৰথমটো সপ্তাহৰ উপাৰ্জন 22 কোটি 79 লাখ টকা ৷ দৰ্শকে যেন টানকৈ থাপৰ দিলে থাপ্পৰ ছবিখনক ৷ "

এনেকুৱা ধৰণৰ কথা শুনি যথেষ্ট ক্ষোভিত হৈ পৰে অনুভৱ সিনহা ৷ আৰু ক্ষোভৰ পৰিণতিতে নিজৰ টুইটাৰ একাউন্ট যোগে কিছুমান অশ্লীল শব্দ প্ৰয়োগেৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷

  • झूठे हैं कमबख़्त मारे। सारे नम्बर ग़लत। फ़िल्मों की कलेक्शन बढ़ाते हैं। पचास की पिछत्तर। सौ की डेढ़ सौ। उसके पैसे लेते हैं। उसपे पलते हैं। हमें न सपोर्ट चाहिए न झूठ। तुम अपना कोठा चलाओ हम हमारी फ़िल्में बनाएँ। बात ख़त्म। कैसी हो? मटन खिलवाड़ों एक दिन। डेढ़ सौ साल हो गए। https://t.co/mIUYU7jBLM

    — Anubhav Sinha (@anubhavsinha) March 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

পিছত তেওঁ নিজৰ এই ভুল বুজিব পাৰি সাধাৰণ ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে ৷ চ'ছিয়েল মিডিয়াত তেওঁ কৰা এনে ব্যৱহাৰৰ বাবে জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি মহিলা, শিশুলৈকে সকলোৰে ওচৰত ক্ষমা বিচাৰে ছবিৰ নিৰ্দেশকগৰাকীয়ে ৷

লগতে চাওকঃকেভিন পিটাৰচেনৰ অসম ভ্ৰমণৰতৰ কিছু আলোকচিত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.