ETV Bharat / sitara

পুনৰ সফলতা আঁজুৰি আনিছে "আন্ধাধুনে"

মেলবৰ্ণত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত "আন্ধাধুন"

author img

By

Published : Jul 7, 2019, 5:31 PM IST

পুনৰে সফলতা আঁজুৰি আনিছে "আন্ধাধুনে"

নিউজ ডেক্স,7 জুলাইঃ 2018 বৰ্ষৰ 5 অক্টোবৰত মুক্তি প্ৰাপ্ত এখন হিট ছবি "আন্ধাধুন"ৰ বিশেষ সফলতা ৷ ভাৰতত ভাল উপাৰ্জনৰ পিছত এইবাৰ শ্ৰী ৰাম ৰাঘৱনৰ ব্লকবাষ্টাৰ হিট ছবি "আন্ধাধুন" প্ৰদৰ্শিত হ'ব মেলবৰ্ণত অনুষ্ঠিত হ'বলগীয়া 'ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত' ৷ উল্লেখ্য যে, চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আয়ুষ্মান খুৰাণা ,টাবু আৰু ৰাধিকা আপ্তে ৷

পুনৰে আজুৰি সফলতা আনিছে "আন্ধাধুনে"

 মেলবৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিৱেলত "আন্ধাধুন"

2018 বৰ্ষৰ 5 অক্টোবৰত মুক্তি প্ৰাপ্ত এখন হিট ছবি "আন্ধাধুন"ৰ বিশেষ সফলতা ৷ ভাৰতত ভাল উপাৰ্জনৰ পিছত চলচ্চিত্ৰখনৰ নিৰ্দেশক শ্ৰী ৰাম ৰাঘৱনৰ ব্লকবাষ্টাৰ হিট ছবি "আন্ধাধুন" প্ৰদৰ্শিত হ'ব মেলবৰ্ণত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়ান ফিল্ম ফেষ্টিৱেলত  ৷উল্লেখ্য যে, চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আয়ুষ্মান খুৰাণা ,তব্বু আৰু ৰাধিকা আপ্তেই ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.