ETV Bharat / sitara

মিৰ্জাপুৰ অভিনেত্ৰী অনংশা বিশ্বাসে কি ক'লে নিজৰ ডিপ্ৰেছন সন্দৰ্ভত ? - অভিনেত্ৰী অনংশা বিশ্বাস

ৱেব চিৰিজ মিৰ্জাপুৰ আৰু হৌষ্টেজেচৰ অভিনেত্ৰী অনংশা বিশ্বাসে শ্বেয়াৰ কৰিলে যে, এনেকুৱা এটা সময় আছিল যেতিয়া অভিনেত্ৰী গৰাকীয়ে হতাশাৰ সৈতে যুঁজি আছিল ৷ নিজৰ আত্মসন্মান কম হৈ যোৱা অনুভৱ হৈছিল ৷ তেওঁৰ এনেকুৱা লাগিছিল যে তেওঁৰ কোনো গুৰুত্বই নাই ৷ অৱশ্যে বৰ্তমান নিজৰ পৰিয়ালৰ সহায়ৰ জৰিয়তে হতাশা দূৰ কৰিবলৈ সক্ষম হয় অভিনেত্ৰী গৰাকীয়ে ৷

anangsha biswas have known depression closely
অভিনেত্ৰী অনংশা বিশ্বাস
author img

By

Published : Jun 23, 2020, 8:34 PM IST

চিটাৰা ডেস্ক,23 জুনঃ মিৰ্জাপুৰ আৰু হৌষ্টেজেচৰ দৰে জনপ্ৰিয় ৱেব চিৰিজৰ অভিনেত্ৰী অনংশা বিশ্বাসে কয় যে,তেওঁ হতাশা সমুখৰ পৰা দেখিছে ৷

anangsha biswas have known depression closely
অভিনেত্ৰী অনংশা বিশ্বাস

অভিনেত্ৰী গৰাকীয়ে কয়," যদি আপুনি সংবেদনশীল, ভাৱনাত্মক হয় , তেতিয়া হতাশা এনেকুৱা বস্তু হৈ নাথাকে যাৰ দ্বাৰা সকলো মানুহ বাচি যাব পাৰিব ৷ মই হতাশাক একেবাৰে সমুখৰ পৰা দেখিছো ৷ "

তেওঁ কয়," মোৰ মাজত আত্মসন্মান কমি যোৱা, আত্ম মূল্য কমি যোৱাটোৱে কাৰণ আছিল হতাশাৰ ৷ মই জনা নাছিলো যে নিজক কেনেকৈ ভাল পাব পাৰি ৷ মই নিজক গুৰুত্ব দিয়া নাছিলো ৷ সেয়ে মই অন্য মানুহৰ ধাৰণাতে সুখী বা দুখী হৈছিলো ৷"

তেওঁ কয়, নিজকে উপযুক্ত নহয় বুলি ভৱাৰ লগতে অকলশৰীয়া অনুভৱ কৰিছিল ৷

"মোক প্ৰায়েই কোৱা হৈছিল যে মই এগৰাকী ভাল অভিনেত্ৰী , কিন্তু খুব কম অডিচনতহে মোক মাতিছিল আৰু এই সকলোবোৰে মোক ভিতৰি খুলি খাইছিল ৷"

এই হতাশা দূৰ কৰাৰ বাবে তেওঁ ডাঙৰ বায়েক আৰু দেউতাকক সহায় বিচাৰিছিল ৷

তেওঁক যোগাসন আৰু ধ্যানেও তেওঁক বহুত সহায় কৰিছে বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে ৷ তেওঁ কয় ," নিজক ভাল পোৱা আৰু নিজক গ্ৰহণ কৰা, নিজৰ বিবেকেৰে চলা, ডাক্তৰক দেখুওৱা, ডিপ্ৰেছনৰ বিষয়ে অধ্যয়ন কৰা আৰু ইয়াক কেনেকৈ থিক কৰিব পাৰি সেয়া জনাটোও বহুত জৰুৰী ৷"

লগতে পঢ়কঃসুশান্তৰ মৃতদেহৰ ভিডিঅ' শ্বেয়াৰ কৰাক লৈ ক্ষোভ দীপিকা পাডুকনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.