ETV Bharat / sitara

অমিতাভ বচ্চনৰ 26 গৰাকী কৰ্মচাৰী কৰ'ণা ভাইৰাছ নিগেটিভ

বচ্চন পৰিয়ালৰ চাৰি সদস্যৰ শৰীৰত কৰ'ণা সংক্ৰমণ ৷ অমিতাভ,অভিষেক,ঐশ্বৰ্য আৰু আৰাধ্যাৰ শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিৰ কৰ'ণা পৰীক্ষণ কৰা হয় ৷ শেহতীয়াকৈ অমিতাভ বচ্চনৰ 26 গৰাকী কৰ্মচাৰীৰ ৰিৰ্প'ট নিগেটিভ আহিছে ৷

Amitabhs all home staff test coronavirus negative
অমিতাভ বচ্চনৰ 26 গৰাকী কৰ্মচাৰী কৰ'ণা ভাইৰাছ নিগেটিভ
author img

By

Published : Jul 13, 2020, 7:35 PM IST

চিটাৰা ডেস্ক,13 জুলাইঃ কৰ'ণাত আক্ৰান্ত বলীউডৰ প্ৰসিদ্ধ অভিনেতা অমিতাভ বচ্চন ৷ অমিতাভ বচ্চনৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিৰ কৰ'ণা পৰীক্ষণ কৰা হয় ৷ শেহতীয়াকৈ তেওঁক 26 গৰাকী কৰ্মচাৰীৰ স্বাৱ পৰীক্ষণৰ ফলাফল নিগেটিভ আহিছে ৷ সকলোকে 14 দিনৰ কোৱাৰেন্টাইন দিয়া হৈছে ৷

  • Amitji, Abhishek, Aishwarya & Aaradhya... Our heartfelt best wishes for your speedy recovery 🙏 My earlier tweet was not a typo, I meant , when I wrote , Ayurveda , that with Nature's Grace , it will help to recover fast . 🙏😇🌿⭐️@SrBachchan @juniorbachchan

    — Juhi Chawla (@iam_juhi) July 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে অমিতাভ বচ্চনৰ লগতে তেওঁৰ পুত্ৰ অভিষেক বচ্চন,বোৱাৰী ঐশ্বৰ্য আৰু নাতিনী আৰাধ্যা সম্প্ৰতি যুঁজি আছে কৰ'ণা ভাইৰাছৰ সৈতে ৷ বচ্চন পৰিয়ালৰ সংস্পৰ্শলৈ আহিছিল প্ৰায় 54জন লোক ৷ তাৰে 28জন লোক বৰ্তমান কোৱাৰেন্টাইন হৈ আছে ৷

  • Wishing @SrBachchan sir & @juniorbachchan a speedy recovery🙏

    We’re all praying for you! Get well super soon! Take care 🙏

    — Vivek Anand Oberoi (@vivekoberoi) July 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে বচ্চন পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ শৰীৰত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পিছত চিন্তিত হৈ পৰিছে অনুৰাগী তথা বলীউডৰ তাৰকাসকল ৷ সকলোৱে ছ'চিয়েল মিডিয়া যোগে তাৰকা পৰিয়ালটোৰ আশু আৰোগ্য কামনা কৰিছে৷

লগতে পঢ়কঃ অনুপম খেৰৰ মাতৃক ভৰ্ত্তি কৰোৱা হ'ল আইচ'লেচন ৱাৰ্ডত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.