চিটাৰা ডেস্ক,20জুনঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ বিশেষ ভাৱে সক্ষম এগৰাকী অনুৰাগীয়ে ভৰিৰে বনাইছে মেগাষ্টাৰ গৰাকীৰ প্ৰতিচ্ছবি ৷ শেহতীয়াকৈ বিগ বিয়ে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে শ্বেয়াৰ কৰে এই বিশেষ পেইন্টিংখন ৷
আয়ুষ নামৰ বিশেষভাৱে সক্ষম যুৱক গৰাকীৰ এই বিশেষ প্ৰতিভাই অমিতাভ বচ্চনৰ লগতে আকৰ্ষিত কৰিছে বহুজনকে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
- View this post on Instagram
' मशहूर होने का शौक़ नहीं मुझे ; आप मुझे पहचानते हैं बस इतना काफ़ी है ' ~ HRB, पूज्य बाबूजी
">
লগতে পঢ়কঃ লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি