চিটাৰা ডেস্ক, 5 মে’: বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷ বৰ্তমান বেংগালুৰুত পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে অভিনেত্ৰী দীপিকাই ৷
অৱশ্যে বৰ্তমানেও এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই দীপিকাই ৷ মঙলবাৰে এক টুইটযোগে IIFAই দীপিকা কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা অৱগত কৰে ৷ লগতে তেওঁ শীঘ্ৰেই সুস্থ হোৱাৰো কামনা কৰা হয় ৷
IIFAই লিখিছে "#DeepikaPadukone has tested positive for COVID-19. Get well soon, Deepika!"
-
#DeepikaPadukone has tested positive for Covid-19.
— IIFA (@IIFA) May 4, 2021 " class="align-text-top noRightClick twitterSection" data="
Get well soon, Deepika!#IIFA #Bollywood pic.twitter.com/RnD635WrKY
">#DeepikaPadukone has tested positive for Covid-19.
— IIFA (@IIFA) May 4, 2021
Get well soon, Deepika!#IIFA #Bollywood pic.twitter.com/RnD635WrKY#DeepikaPadukone has tested positive for Covid-19.
— IIFA (@IIFA) May 4, 2021
Get well soon, Deepika!#IIFA #Bollywood pic.twitter.com/RnD635WrKY
আনহাতে বলিউডৰ এগৰাকী ট্ৰেকাৰ ৰমেশ বালায়ো দীপিকা পাডুকন ক’ভিড পজিটিভ বুলি টুইটযোগে অৱগত কৰে ৷ তেওঁ লিখিছে "Actress @deepikapadukone tests positive for #COVID. Wishing her a speedy recovery."
-
Actress @deepikapadukone tests positive for #Covid
— Ramesh Bala (@rameshlaus) May 4, 2021 " class="align-text-top noRightClick twitterSection" data="
Wishing her a speedy recovery..
">Actress @deepikapadukone tests positive for #Covid
— Ramesh Bala (@rameshlaus) May 4, 2021
Wishing her a speedy recovery..Actress @deepikapadukone tests positive for #Covid
— Ramesh Bala (@rameshlaus) May 4, 2021
Wishing her a speedy recovery..
উল্লেখ্য যে, মঙলবাৰৰ পূৰ্বে দীপিকাৰ পিতৃ তথা এগৰাকী বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনে উচ্চ জ্বৰত ভুগাৰ পাচতে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাচতে পিতৃৰ লগতে দীপিকাৰ মাতৃ উজ্জ্বলা পাডুকন আৰু ভনী অনিশাও কৰ’ণাত আক্ৰান্ত হয় ৷
লগতে পঢ়ক : পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী কংগনা ৰাণাৱটৰ