ETV Bharat / sitara

৭৪ সংখ্যক BAFTA ত ঘোষিকাৰ ৰূপত থাকিব প্ৰিয়ংকা

৭৪ সংখ্যক ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ডছত বলীউডৰ মোহময়ী অভিনেত্ৰা প্ৰিয়ংকা চোপ্ৰা জ'নাছে ঘোষিকা হিচাপে থাকি উপস্থাপন কৰিব অনুস্থান । অহা ১০ আৰু ১১ এপ্ৰিলত ৰয়েল এলবাৰ্ট হ'লত অনুষ্ঠিত হ'ব ৭৪ সংখ্যক ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ডছ ।

৭৪ সংখ্যক BAFTA ত প্ৰিয়ংকাই ঘোষিকা হিচাপে উপস্থাপন কৰিব

author img

By

Published : Apr 9, 2021, 1:23 PM IST

চিটাৰা ডেস্ক, ৯ এপ্ৰিল: ৭৪ সংখ্যক BAFTAত বলীউডৰ মোহময়ী অভিনেত্ৰা প্ৰিয়ংকা চোপ্ৰা জ'নাছে ঘোষিকা হিচাপে থাকি উপস্থাপন কৰিব অনুস্থান । অহা ১০ আৰু ১১ এপ্ৰিলত ৰয়েল এলবাৰ্ট হ'লত অনুষ্ঠিত হ'ব ৭৪ সংখ্যক BAFTA । বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট'ৰীজত অফিচিয়েল পেজ বাফটা ইনষ্টাগ্ৰাম পৃষ্ঠাৰ পৰা পোষ্ট কৰি জনালে এই কথা । দেওবাৰৰ পৰা হ’ব লগা BAFTA ত ঘোষিকা হিচাপে থাকি অনুস্থান উপস্থাপন কৰিবলৈ পাই নিজকে যথেষ্ঠ সন্মানিত আৰু উৎসাহিত হৈ পৰা বুলি প্ৰিয়ংকা চোপ্ৰাই লিখিছিল ।

লণ্ডনৰ য়েল এলবাৰ্ট হ'লত প্ৰিয়ংকাই অন্যান্য ঘোষিকাসকলৰ সৈতে ৰোজ বাইৰ্ণ, আন্দ্ৰা ডে, এনা কেন্দ্ৰিক আৰু ৰেনি জেলৱেগাৰকে ধৰি লছ এঞ্জেলছৰ ঘোষিকাসকলে ভাগ ল’ব । উল্লেখযোগ্য যে, এই বছৰৰ অন্যান্য ঘোষিকাসকলৰ ভিতৰত আছে ফবী ডাইনেভাৰ, চিৱেটেল ইজিঅ'ফ'ৰ, চিন্থিয়া এৰিভো, হুঘ গ্ৰাণ্ট, ৰিচাৰ্ড ই গ্ৰাণ্ট, টম হিডলষ্টন, ফেলিচিটি জ'নছ, গুগু মবাথা-ৰ', জেমছ মেকএভয়, ডেভিদ অয়েলোভো আৰু পেড্ৰো পাস্কেল ।

৭৪ সংখ্যক BAFTA ত প্ৰিয়ংকাই ঘোষিকা হিচাপে উপস্থাপন কৰিব
৭৪ সংখ্যক BAFTA ত প্ৰিয়ংকাই ঘোষিকা হিচাপে উপস্থাপন কৰিব

উল্লেখ্য যে, প্ৰিয়ংকাৰ অন্তিমখন অনস্ক্ৰীণ ছবি আছিল দ্যা হোৱাইট টাইগাৰ । এই ছবিখনত তেওঁ অভিনয় কৰাৰ লগতে কাৰ্যবাহী প্ৰযোজকো আছিল । এই বছৰৰ BAFTAত হোৱাইট টাইগাৰক দুটাকৈ বঁটা প্ৰদান কৰা হ'ব । ইয়াৰে মুখ্য অভিনেতা শ্ৰেণীৰ শাৰীত আদৰ্শ গৌৰৱ আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শ্ৰেণীত লেখক-পৰিচালক ৰমিন বাহৰামীক বঁটা প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: মুম্বাই বিমানবন্দৰত আৱেগিক মুহুৰ্তত অভিনেত্ৰী মাহী ভিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.