চিটাৰা ডেস্ক,18 ডিচেম্বৰঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশ জ্বলিছে নাগৰিকত্ব সংশোধনী আইনকলৈ ৷ সাধাৰণ জনসাধাৰণৰ পৰা আৰম্ভ কৰি এই নাগৰিকত্ব সংশোধনী আইনকলৈ বিৰোধিতা প্ৰকাশ কৰিছে দেশৰ শিল্পী সমাজে ৷ শেহতীয়াকৈ ভাৰতীয় চলচ্চিত্ৰ,থিয়েটাৰ তথা ৱেব চিৰিজৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকা আপ্তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এটা পোষ্ট শ্বেয়াৰ কৰে ইনষ্টাগ্ৰাম যোগে ৷ 34 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰা পোষ্টটো অনুসৰি নাগৰিকত্ব সংশোধনী আইনে কেৱল সমস্যাৰ সৃষ্টি কৰাই নহয় এই আইনখন দেশৰ আত্মাৰ বাবে বিপদ স্বৰূপ ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৰাধিকা আপ্তেৰ
শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ভাৰতীয় চলচ্চিত্ৰ,থিয়েটাৰৰ তথা ৱেব চিৰিজৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকা আপ্তে ৷
চিটাৰা ডেস্ক,18 ডিচেম্বৰঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশ জ্বলিছে নাগৰিকত্ব সংশোধনী আইনকলৈ ৷ সাধাৰণ জনসাধাৰণৰ পৰা আৰম্ভ কৰি এই নাগৰিকত্ব সংশোধনী আইনকলৈ বিৰোধিতা প্ৰকাশ কৰিছে দেশৰ শিল্পী সমাজে ৷ শেহতীয়াকৈ ভাৰতীয় চলচ্চিত্ৰ,থিয়েটাৰ তথা ৱেব চিৰিজৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকা আপ্তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এটা পোষ্ট শ্বেয়াৰ কৰে ইনষ্টাগ্ৰাম যোগে ৷ 34 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰা পোষ্টটো অনুসৰি নাগৰিকত্ব সংশোধনী আইনে কেৱল সমস্যাৰ সৃষ্টি কৰাই নহয় এই আইনখন দেশৰ আত্মাৰ বাবে বিপদ স্বৰূপ ৷
radhika apte against caa
Conclusion: