ETV Bharat / science-and-technology

Amazon: আমাজনত থাকিব টিকটকৰ দৰে বৈশিষ্ট্য, শ্বপিঙৰ অভিজ্ঞতা হ’ব আৰু অধিক আনন্দদায়ক - Tiktok

যদি আপুনি অনলাইন শ্বপিং কৰি ভাল পায় তেন্তে অতি শীঘ্ৰেই আপুনি Amazon Appত এটা ডাঙৰ বৈশিষ্ট্য দেখিবলৈ পাব । এই বৈশিষ্ট্যটো শ্বৰ্ট ভিডিঅ’ এপ Tiktokৰ দৰে হ’ব পাৰে, যিয়ে আপোনাৰ শ্বপিঙৰ অভিজ্ঞতা সলনি কৰিব ।

TikTok like feature will be available on Amazon shopping experience will be amazing
আমাজনত থাকিব টিকটকৰ দৰে বৈশিষ্ট্য, শ্বপিঙৰ অভিজ্ঞতা হ’ব আৰু অধিক আনন্দদায়ক
author img

By

Published : Dec 10, 2022, 5:35 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ: যদি আপুনি অনলাইন শ্বপিং কৰি ভাল পায় তেন্তে অতি শীঘ্ৰেই আপুনি Amazon Appত এটা ডাঙৰ বৈশিষ্ট্য দেখিবলৈ পাব । এই বৈশিষ্ট্যটো শ্বৰ্ট ভিডিঅ’ এপ Tiktokৰ দৰে হ’ব পাৰে, যিয়ে আপোনাৰ শ্বপিঙৰ অভিজ্ঞতা সলনি কৰিব(Amazon to roll out TikTok like shopping)।

Amazon Incয়ে কয় যে এই বৈশিষ্ট্যৰ সৈতে য’ত নতুন গ্ৰাহক আহিব তেওঁলোকৰ এপলৈ(TikTok like feature will be available on Amazon) । আনহাতে, যুৱ প্ৰজন্মৰ বাবে এপটোত বজাৰ কৰাৰ অভিজ্ঞতাও ভাল হোৱাৰ লগতে সহজ হ’ব । এই বৈশিষ্ট্যই কেনেকৈ কাম কৰিব জানি লওক...

এইদৰেই কাম কৰিব short video feature

ৰয়টাৰৰ বাতৰি অনুসৰি এই বৈশিষ্ট্যৰ বাবে মানুহে তেওঁলোকৰ এমাজন এপত নিজৰ প্ৰিয় প্ৰভাৱশালী ব্যক্তিৰ ফটো আৰু ভিডিঅ’ৰ ষ্ট্ৰীম দেখিবলৈ পাব । এই বৈশিষ্ট্যই যুৱ প্ৰজন্মক আকৰ্ষণ কৰিব, যাৰ ভিতৰত টিকটকৰ চুটি ভিডিঅ’ আৰু ইনষ্টাগ্ৰাম ৰিল যথেষ্ট জনপ্ৰিয় আৰু তেওঁলোকে এনে ভিডিঅ’ৰ প্ৰতি সঁহাৰি জনায় ।

প্ৰথম কেইজনমান ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰিব

খবৰ অনুসৰি এমাজন এপত নিৰ্মিত ‘লাইট বাল্ব’ত (Light Bulb)ক্লিক কৰিলে ব্যৱহাৰকাৰীয়ে এই বৈশিষ্ট্য ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব । প্ৰথমে এই বৈশিষ্ট্য আমেৰিকাৰ কিছুমান নিৰ্বাচিত এপ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হ’ব আৰু অনাগত মাহত দেশৰ অন্যান্য অঞ্চলত প্ৰৱেশ কৰিব । আমেৰিকাৰ বাহিৰে আন দেশত কেতিয়া মুকলি কৰা হ’ব সেই সন্দৰ্ভত কোম্পানীটোৱে কোনো বিশেষ তথ্য দিয়া নাই(TikTok like feature will be available on Amazon) ।

মন্দাৱস্থাৰ ভয়ে এই বৈশিষ্ট্য আনিছিল

খবৰ অনুসৰি আমেৰিকাৰ অৰ্থনীতিৰ প্ৰতি অনিশ্চয়তা থকা সময়ত আমাজনে এই পদক্ষেপ গ্ৰহণ কৰিছে । একে সময়তে মুদ্ৰাস্ফীতিৰ স্তৰ ৪০ বছৰৰ উচ্চ স্তৰত আছে । এনে পৰিস্থিতিত জনসাধাৰণৰ মাজত শ্বপিঙ কৰাৰ ধাৰা হ্ৰাস পাইছে ।

লগতে পঢ়ক: Amazon: আমাজনে এইবাৰ বৰ্খাস্ত কৰিব ২০ হাজাৰ কৰ্মচাৰীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.