ETV Bharat / science-and-technology

Tecno Spark 10 Pro: 32 মেগাপিক্সেলৰ চেলফি কেমেৰাৰ সৈতে আহিল টেকনোৰ এই নতুন স্মাৰ্টফোন - Tecno Spark 10 Proত 50 মেগাপিক্সেলৰ কেমেৰা

উন্নত স্পেচিফিকেচনৰ সৈতে মুকলি কৰা হ'ল Tecno Spark 10 Pro ৷ আহক জানো এই স্মাৰ্টফোনৰ বেটাৰী, কেমেৰা আৰু মূল্যৰ বিষয়ে ৷

Tecno Spark 10 Pro with 32 megapixel selfie camera launched user is getting the option of these two colors
32 মেগাপিক্সেলৰ চেলফি কেমেৰাৰ সৈতে আহিল টেকনোৰ এই নতুন স্মাৰ্টফোন
author img

By

Published : Mar 6, 2023, 10:30 PM IST

নিউজ ডেস্ক, 6 মাৰ্চ: শেহতীয়াকৈ স্পেইনত অনুষ্ঠিত হৈ থকা ম’বাইল ৱৰ্ল্ড কংগ্ৰেছ ২০২৩ অনুষ্ঠানত টেকন’ই নিজৰ এটাতকৈ অধিক ডিভাইচ প্ৰৱৰ্তন কৰিছিল। ইলেক্ট্ৰনিক কোম্পানী টেকন’ই প্ৰথমটো ভাঁজ কৰিব পৰা ডিভাইচ ফেণ্টম ভি ফল্ড মুকলি কৰে ।

ইয়াৰ লগে লগে কোম্পানীটোৱে নিজৰ স্পাৰ্ক ছিৰিজত নতুন ডিভাইচ টেকনো স্পাৰ্ক ১০ প্ৰ’ প্ৰৱৰ্তন কৰে। এতিয়া কোম্পানীটোৱে বিশ্বজুৰি মুকলি কৰিছে নতুন ফোন Tecno Spark 10 Pro(New Smartphone Tecno Spark 10 Pro)। আহকচোন জানো টেকনোৰ এই নতুন স্মাৰ্টফোন Tecno Spark 10 Proৰ অন্য স্পেচিফিকেচনৰ বিষয়ে-

টেকনোৰ নতুন ডিভাইচ Tecno Spark 10 Pro এণ্ট্ৰি লেভেল স্মাৰ্টফোন

টেকনোৰ নতুন ডিভাইচ Tecno Spark 10 Pro ক এণ্ট্ৰি লেভেল স্মাৰ্টফোন হিচাপে উপস্থাপন কৰা হৈছে । এই স্মাৰ্টফোনটো লৈ অনা হৈছে MediaTek Helio G88 SoC প্ৰচেছৰ ।

ইয়াৰ উপৰিও নতুন স্মাৰ্টফোনটো গ্ৰাহকৰ বাবে অনা হৈছে দুটা ৰঙৰ ষ্টাৰী ব্লেক আৰু পাৰ্ল হোৱাইট । Tecno Spark 10 Proত ৮ জিবি ৰেম আৰু ২৬৫ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ আছে(Tecno Spark 10 Pro with 32 megapixel selfie camera)।

টেকনোৰ Tecno Spark 10 Proত দিয়া হৈছে শক্তিশালী বেটাৰী

কোম্পানীটোৰ নতুন ডিভাইচটো লৈ অনা হৈছে 5000mAh বেটাৰী । ইয়াৰ উপৰিও ইউজাৰক ফোনত ৬.৮ ইঞ্চিৰ বৃহৎ ডিছপ্লে দিয়া হৈছে ।

নতুন ডিভাইচ Tecno Spark 10 Proত 50 মেগাপিক্সেলৰ কেমেৰা অন্তৰ্ভুক্ত কৰা হৈছে

টেকন’ৰ নতুন ডিভাইচত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ উপলব্ধ । ফোনটোত উপলব্ধ ৫০ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা । ইয়াৰ উপৰিও ফোনটোৰ বেক পেনেলত এল ই ডি ফ্লেছৰ সুবিধাও উপলব্ধ । চেলফি ক্লিক কৰাৰ বাবে ফোনত উপলব্ধ ৩২ মেগাপিক্সেলৰ কেমেৰা । Tecno Spark 10 Proত উপলব্ধ ডুৱেল চিমৰ সুবিধা ।

কিমান মূল্যত আগবঢ়োৱা হৈছে নতুন স্মাৰ্টফোন Tecno Spark 10 Pro’?

কওঁ, টেকন’ৰ নতুন হেণ্ডছেটৰ দাম সন্দৰ্ভত কোম্পানীটোৰ পৰা কোনো তথ্য লাভ কৰা হোৱা নাই । একেদৰে নতুন ফোনটোৰ প্ৰথম বিক্ৰীৰ তাৰিখ সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই কোম্পানীটোৱে ।

লগতে পঢ়ক: Redmi 8A Dual: মাত্ৰ ৪৯৯ টকাত ঘৰলৈ আনক Redmi 8A Dual

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.