ETV Bharat / science-and-technology

Smiling sun: নাছাই প্ৰকাশ কৰিলে হাঁহিমুখীয়া সূৰ্যৰ ছবি: হ'ব পাৰে ই বিপদৰ সংকেত! - সূৰ্য

নাছাই এখন ছবি প্ৰকাশ কৰিছে য’ত দেখা গৈছে যে সূৰ্যৰ মুখ আছে আৰু তেওঁ হাঁহিছে । কিন্তু এই ক’লা দাগবোৰক ক’ৰ’নেল হোল(coronal hole) বুলি জনা যায় ।

NASA released picture of smiling sun may be a sign of trouble
নাছাই প্ৰকাশ কৰিলে হাঁহিমুখীয়া সূৰ্যৰ ছবি: হ'ব পাৰে ই বিপদৰ সংকেত!
author img

By

Published : Oct 31, 2022, 10:01 PM IST

নিউজ ডেস্ক, 31 অক্টোবৰ: আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ(NASA is the US space agency) উপগ্ৰহই সূৰ্যৰ এনে এখন ছবি তুলিছে, য’ত হাঁহি থকা সূৰ্যক দেখিবলৈ পোৱা গৈছে । কিন্তু ছবিখনত দেখা পোৱা সূৰ্যৰ এই ৰূপটোও বিশেষজ্ঞসকলে সতৰ্কবাণী হিচাপে আখ্যা দিছে । নাছাই নিজৰ টেলিস্কোপৰ সহায়ত এই ছবিখন তুলিছে(Smiling sun picture released by NASA) ।

তেওঁ কৈছে যে, শনিবাৰে সূৰ্যৰ পৰা পৃথিৱীৰ ফালে অতি বেঙুনীয়া ৰশ্মিৰ আক্ৰমণ হ’ব পাৰে । স্পেচৱেদাৰ ডট কমৰ উদ্ধৃতিৰে গাৰ্ডিয়ানে প্ৰকাশ কৰিছে যে নাছাৰ ছ’লাৰ ডাইনেমিক্স অবজাৰ্ভেটৰীয়ে(Dynamics Observatory) সূৰ্যক কেমেৰাত হাঁহি থকা অৱস্থাত বন্দী কৰিছে(NASA released picture of smiling sun)। অতিবেঙুনীয়া পোহৰত দেখাৰ দৰে সূৰ্যৰ ক’লা দাগবোৰক 'coronal hole' বুলি জনা যায় । মহাকাশত প্ৰচণ্ড সৌৰ বতাহ বলিছে ।

আনহাতে, নাছাই এই ছবিখন প্ৰকাশ কৰাৰ পিছৰে পৰা বিভিন্ন প্ৰতিক্ৰিয়া অনলাইনত আহি আছে । বহুতে ইয়াক ভূতৰ মুখা, কিছুমানে সিংহ আৰু কিছুমান শিশুৰ অনুষ্ঠান Teletubbiesৰ লগত তুলনা কৰিছে ।

  • Happy #SunDay! In the past week of space weather, there have been 3 solar flares, 23 coronal mass ejections, and no geomagnetic storms. The video below is from NASA’s Solar Dynamic Observatory, showing a smiling Sun near the end. pic.twitter.com/YVpM2vK0On

    — NASA Sun, Space & Scream 🎃 (@NASASun) October 30, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এই ফটোখন ২৬ অক্টোবৰৰ । ছবিখন ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছত মানুহেও বিভিন্ন ধৰণে মন্তব্য কৰি আছে । এজন ব্যক্তিয়ে টুইটাৰত লিখিছে যে এতিয়া নিশ্চিত হৈছে সূৰ্যৰ বিস্কুট । ব্যক্তিজনে সূৰ্যৰ ছবিৰ লগতে মিনি বি এন বিস্কুটৰ এখন ছবিও শ্বেয়াৰ কৰে । বহুতে ছবিখনো অলপ সলনি কৰিলে । টুইটাৰত এজন হাঁহিমুখীয়া ব্যক্তিয়ে সূৰ্যক সিংহৰ ৰূপ দিলে ।

লগতে পঢ়ক: Amazon alexa: এতিয়াৰে পৰা আমাজন এলেক্সাত শুনিব পাৰিব Live cricket commentary scores

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.