ETV Bharat / science-and-technology

Synchron Switch: এতিয়াৰে পৰা মগজুৰে কন্ট্ৰল হ'ব iPhone-iPad

author img

By

Published : Nov 4, 2022, 8:50 PM IST

নিউয়ৰ্কস্থিত কোম্পানী ছিনক্ৰনে ‘Synchron Switch’ নামৰ এটা ডিভাইচ তৈয়াৰ কৰিছে, যাৰ সহায়ত ৰোগীয়ে নিজৰ মগজু ব্যৱহাৰ কৰি আইফোন বা আইপেড নিয়ন্ত্ৰণ কৰিব পাৰে । চেমাফ’ৰৰ মতে, ‘ষ্টেণ্ট্ৰ’ড’ নামেৰে জনাজাত এই চেন্সৰৰ জৰিয়তে এটা ৰক্তবাহী নলীৰ মাজেৰে মগজুৰ ওপৰ অংশত সুমুৱাই দিয়া হয় এই ডিভাইচ । ইয়াক ৰোগীৰ বুকুৰ পৰা চিনক্ৰন চুইচ ব্যৱহাৰ কৰি Wireless ভাৱে নিয়ন্ত্ৰণ কৰা হয় ।

synchron switch iphone control by brain control ipad with synchron switch
এতিয়াৰে পৰা মগজুৰে কন্ট্ৰল হ'ব iPhone-iPad

নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ: নিউয়ৰ্কস্থিত কোম্পানী ছিনক্ৰনে ‘Synchron Switch’ নামৰ এটা ডিভাইচ তৈয়াৰ কৰিছে, যাৰ সহায়ত ৰোগীয়ে নিজৰ মগজু ব্যৱহাৰ কৰি আইফোন বা আইপেড নিয়ন্ত্ৰণ কৰিব পাৰে ।

চেমাফ’ৰৰ মতে, ‘ষ্টেণ্ট্ৰ’ড’ নামেৰে জনাজাত এই চেন্সৰৰ জৰিয়তে এটা ৰক্তবাহী নলীৰ মাজেৰে মগজুৰ ওপৰ অংশত সুমুৱাই দিয়া হয় এই ডিভাইচ(amyotrophic lateral sclerosis) । ইয়াক ৰোগীৰ বুকুৰ পৰা চিনক্ৰন চুইচ ব্যৱহাৰ কৰি Wirelessভাৱে নিয়ন্ত্ৰণ কৰা হয়(iPhone control by brain control ipad) ।

মেলবৰ্ণৰ অৱসৰপ্ৰাপ্ত software (retired software vendor in Melbourne) বিক্ৰেতা ৰডনি গ’ৰহাম (Rodney Gorham) স্নায়ুতন্ত্ৰৰ ৰোগ এমিঅ’ট্ৰফিক লেটাৰেল স্ক্লেৰ’ছিছ বা এ এল এছ ৰোগত আক্ৰান্ত হৈছে যিয়ে শাৰীৰিক কাৰ্যকলাপত গুৰুতৰভাৱে প্ৰভাৱ পেলায় । এক প্ৰতিবেদন অনুসৰি চিনক্ৰনত ছয়জন ৰোগীয়ে Synchron Switch ডিভাইচ ব্যৱহাৰ কৰি আছে আৰু গ’ৰহামে প্ৰথমবাৰৰ বাবে এপলৰ প্ৰডাক্টৰ সৈতে ইয়াক ব্যৱহাৰ কৰিছে(brain control ipad with synchron switch) ।

ছিনক্ৰনৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া টম অক্সলেই (Tom Oxley Synchron co founder and CEO) কয় যে, আমি iOS আৰু Appleৰ এই গেজেটক লৈ উৎসাহিত কাৰণ ই ইমানেই সৰ্বব্যাপী আৰু এইটো হ’ব এটা ডিভাইচত প্ৰথম মগজুৰ চুইচ ইনপুট । Synchron Switchৰ জৰিয়তে Gorhamৰ চিন্তাবোৰ আইপেডত কাৰ্যলৈ পৰিণত হয় । চেমাফ’ৰৰ বাতৰি অনুসৰি ইয়াৰ ছিংক চুইচ ব্যৱহাৰ কৰি গ’ৰহামে নিজৰ আইপেডৰ পৰা একক শব্দৰ টেক্সট মেছেজ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ।

কম্পিউটাৰ-ব্ৰেইন ইমপ্লাণ্টৰ বাবে ক্লিনিকেল ট্ৰায়েল চলাবলৈ আমেৰিকাৰ খাদ্য (US Food and Drug Administration)আৰু ঔষধ প্ৰশাসনৰ পৰা অনুমোদন লাভ কৰা প্ৰথমটো কোম্পানী হৈছে ছিনক্ৰন । কোম্পানীটোৱে অন্যান্য পুঁজিৰ জৰিয়তে ৭ কোটি ডলাৰ লাভ কৰিছে, যাৰ ফলত ডিভাইচটোৰ ইনষ্টলেশ্বন আৰু Maintanace খৰচ হ্ৰাস পায় ।

লগতে পঢ়ক: Amazon special deal: ব্যৱহাৰৰ পিছতো অপছন্দ হ'লে ঘূৰাই দিব পাৰিব এই স্পীকাৰ, অফাৰ আগবঢ়াইছে আমাজনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.