ETV Bharat / science-and-technology

মহাকাশৰ বুকুলৈ ভাৰতৰ গুপ্তচৰ উপগ্ৰহ

মহাকাশলৈ ভাৰতে প্ৰেৰণ কৰিলে গুপ্তচৰ উপগ্ৰহ ৷ মেঘাচ্ছন্ন আকাশৰ বুকু ফালিও শত্ৰুপক্ষৰ মিছাইল নাইবা স্ব-ভূমিত শত্ৰুৰ উপস্থিতিৰ সন্ধান দিব RISAT-2B নামৰ গুপ্তচৰ উপগ্ৰহটোৱে ৷

author img

By

Published : May 22, 2019, 2:41 PM IST

Updated : Feb 16, 2021, 7:51 PM IST

মহাকাশৰ বুকুলৈ ভাৰতৰ গুপ্তচৰ উপগ্ৰহ

নিউজ ডেস্ক,22 মে': মেঘাচ্ছন্ন আকাশৰ মাজতে শত্ৰুপক্ষৰ সন্ধান দিবলৈ ভাৰতে আজি সফলতাৰে মহাকাশলৈ প্ৰক্ষেপণ কৰিলে RISAT-2B নামৰ গুপ্তচৰ উপগ্ৰহটো ৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা বৃহস্পতিবাৰে পুৱা পাঁচ বজাত PSLV-C46 মহাকাশযানেৰে ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰে উপগ্ৰহটো ৷

দিনে-নিশাই আনকি প্ৰতিকূল বতৰতো স্পষ্টভাৱে শত্ৰুৰ ঘাটিৰ সন্ধান প্ৰদান কৰিব 615 কিলোগ্ৰাম ওজনৰ উপগ্ৰহটোৱে ৷ বিশেষ ৰাডাৰ সম্পন্ন উপগ্ৰহটোৱে পৃথিৱীৰ নিম্ন কক্ষপথৰে 557 কিলোমিটাৰ প্ৰদক্ষিণ কৰিব ৷ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা এয়াই প্ৰথম ভাৰতীয় উপগ্ৰহ ৷
কি কাম কৰিব RISAT-2B য়ে? শত্ৰুপক্ষৰ যিকোনো কাৰ্যকলাপৰ ওপৰত নজৰ ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব RISAT-2B নামৰ উপগ্ৰহটোৱে ৷ উপগ্ৰহটোত সংলগ্ন বিশেষ X-Band ৰাডাৰে প্ৰদান কৰিব সুস্পষ্ট চিত্ৰ ৷ কৃষিকাৰ্য আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ সম্ভাৱনা চিহ্নিত কৰি দুৰ্যোগৰ মোকাবিলা কৰিবলৈও সহায় কৰিব RISAT-2B নামৰ উপগ্ৰহটোৱে ৷

ISRO_zzaXxb3.jpg
ISRO successfully launched observation satellite into orbit

মহাকাশৰ বুকুলৈ ভাৰতৰ গুপ্তচৰ উপগ্ৰহ

মহাকাশলৈ ভাৰতে প্ৰেৰণ কৰিলে গুপ্তচৰ উপগ্ৰহ৷ মেঘাচ্ছন্ন আকাশৰ বুকু ফালিও শত্ৰুপক্ষৰ মিছাইল নাইবা স্ব-ভূমিত শত্ৰুৰ উপস্থিতিৰ সন্ধান দিব RISAT-2B নামৰ গুপ্তচৰ উপগ্ৰহটোৱে৷

নিউজ ডেস্ক, 22 মে': মেঘাচ্ছন্ন আকাশৰ মাজতে শত্ৰুপক্ষৰ সন্ধান দিবলৈ ভাৰতে আজি সফলভাৱে মহাকাশলৈ প্ৰক্ষেপন কৰিলে RISAT-2B নামৰ গুপ্তচৰ উপগ্ৰহ৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা বৃহস্পতিবাৰে পুৱা পাঁচ বজাত PSLV-C46 মহাকাশযানেৰে ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰে উপগ্ৰহটো৷

দিনে-নিশাই আনকি প্ৰতিকূল বতৰতো স্পষ্টভাৱে শত্ৰুৰ ঘাটিৰ সন্ধান প্ৰদান কৰিব 615 কিলোগ্ৰাম ওজনৰ উপগ্ৰহটোৱে৷ বিশেষ ৰেডাৰ সম্পন্ন উপগ্ৰহটোৱে লো-আৰ্থ কক্ষপথৰ 557 কিলোমিটাৰ প্ৰদক্ষিণ কৰিব৷ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে তৈয়াৰী এয়াই প্ৰথম ভাৰতীয় উপগ্ৰহ৷

কি কাম কৰিব RISAT-2B য়ে? শত্ৰুপক্ষৰ যিকোনো কাৰ্যকলাপৰ ওপৰত নজৰ ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব RISAT-2B নামৰ উপগ্ৰহটোৱে৷ উপগ্ৰহটোত সংলগ্ন বিশেষ X-Band ৰাডাৰে প্ৰদান কৰিব সুস্পষ্ট চিত্ৰ৷ কৃষিকাৰ্য আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ সম্ভাৱনা চিহ্নিত কৰি দুৰ্যোগৰ মোকাবিলা কৰিবলৈও সহায় কৰিব RISAT-2B নামৰ উপগ্ৰহটোৱে৷
Last Updated : Feb 16, 2021, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.