ETV Bharat / lifestyle

ভাৰতীয় শিশু পুষ্টিহীনতাত কিয় ভোগে ?

মহিলাসকলে খেতি পথাৰ আৰু গৃহস্থী দুয়োফালে সমানে মনোনিৱেশ কৰে যদিও তেওঁলোকৰ খেতি পথাৰৰ ফালে থকা দায়বদ্ধতাৰ বাবে পুষ্টিহীনতাত ভোগে শিশুৱে ৷ এই কথা পোহৰলৈ আহিছে ৱাছিংটন ডি.চিৰ এক অধ্যয়নত ৷

author img

By

Published : Jun 26, 2019, 7:48 PM IST

Updated : Jun 26, 2019, 7:57 PM IST

ভাৰতীয় মহিলা কৃষিকৰ্মত নিয়োজিত হোৱা বাবে পুষ্টিহীনতাত ভোগে শিশুৱে : অধ্যয়ন

নিউজ ডেস্ক,26 জুন: ভাৰতত খেতি পথাৰত পুৰুষে যিমান কষ্ট কৰে সমানেই কষ্ট কৰে মহিলাই ৷ কৃষি কৰ্মত পুৰুষ মহিলা দুয়োৰে সমান অৱদান থাকে ৷ মহিলাসকলে খেতি পথাৰ আৰু গৃহস্থী দুয়ো ফালে সমানে মনোনিৱেশ কৰে যদিও তেওঁলোকৰ খেতি পথাৰৰ ফালে থকা দায়বদ্ধতাৰ বাবে পুষ্টিহীনতাত ভোগে একাংশ শিশুৱে ৷ এই কথা পোহৰলৈ আহিছে ৱাছিংটন ডি.চিৰ এক অধ্যয়নত ৷

ETV BHARAT ASSAM

অধ্যয়নৰ মতে মহিলাসকলে কৃষিকৰ্মত নিয়োজিত হোৱা বাবে নিজৰ সন্তানৰ খাদ্য আৰু পুষ্টিৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে যাৰ ফলত শিশু সকলে পুষ্টিহীনতাত ভোগে ৷ দীৰ্ঘ সময় পথাৰত কাম কৰাৰ ফলস্বৰূপে মহিলাসকলৰ নিজৰ শৰীৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে যাৰ বাবে তেওঁলোকে সময় দিব নোৱাৰে নিজৰ সন্তানক ৷

এই কথা পোহৰলৈ আহিছে The Journal of Feminist Economicsৰ অধ্যয়নত ৷

Paddy_cultivation_in_Nagaon.jpg
WOMEN'S AGRICULTURAL LABOUR LINKED TO INCREASING RATE OF MALNUTRITION IN INDIA:STUDY

ভাৰতীয় মহিলা কৃষিকৰ্মত নিয়োজিত হোৱা বাবে পুষ্টিহীনতাত ভোগে শিশুৱে : অধ্যয়ন

ভাৰতত খেতি পথাৰত পুৰুষে যিমান কষ্ট কৰে সমান কষ্ট কৰে মহিলায়ে ৷ কৃষি কৰ্মত পুৰুষ মহিলাৰ সমান অৱদান থাকে ৷ মহিলাসকলে খেতি পথাৰ আৰু গৃহস্থি দুয়ো ফালে সমানে মনোনিবেশ কৰে যদিও তেওঁলোকৰ খেতি পথাৰৰ ফালে থকা দায়াবদ্ধতাৰ বাবে পুষ্টিহীনতাত ভোগে শিশুৱে ৷ এই কথা পুহৰলৈ আহিছে ৱাছিংটন ডি.চি ত কৰা এক অধ্যয়নত ৷ অধ্যয়নৰ মতে মহিলাসকলে কৃষিকৰ্মত নিয়োজিত হোৱা বাবে নিজৰ সন্তানৰ খাদ্য আৰু পুষ্টিৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে যাৰ ফলত শিশু সকলে পুষ্টিহীনতাত ভোগে ৷
দীৰ্ঘ সময় পথাৰত কাম কৰাৰ ফলস্বৰূপে মহিলাসকলৰ নিজৰ শৰিৰৰ ওপৰতো বিৰূপ প্ৰভাব পৰে যাৰ বাবে তেওঁলোকে সময় দিব নোৱাৰে নিজৰ সন্তানক ৷
The Journal of feminist Economicsৰ অধ্যয়নত এই কথা পোহৰলৈ আহিছে ৷

Last Updated : Jun 26, 2019, 7:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.