ETV Bharat / lifestyle

দৈনিক দিনত শুৱাৰ অভ্যাসে নিয়ন্ত্ৰণ কৰে উচ্চ ৰক্তচাপ - আমেৰিকান কলেজ অৱ কাৰডিঅলজি

দৈনিক দিনত শুৱা অভ্যাসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাই নহয় মানৱ শৰৰীৰ পৰা দূৰ কৰে অৱসাদ

প্ৰতিদিনে দিনত শুৱা অভ্যাসে উচ্চ ৰক্তচাপ নোহোৱাই : অধ্যয়ন
author img

By

Published : Mar 10, 2019, 2:18 PM IST

নিউজ ডেস্ক, 10 মাৰ্চ: দৈনিক দিনত শুৱা অভ্যাসে শৰীৰটোক কাম কৰিবলৈ সতেজ কৰি ৰখাই নহয় উচ্চ ৰক্তচাপৰ পৰাও বিৰত ৰাখে ৷

উচ্চ ৰক্তচাপত আক্ৰান্ত এগৰাকী ব্যক্তিয়ে অৱলম্বন কৰিব লগা অন্যান্য সাৱধানতা সমূহৰ পৰিবৰ্তে দিনত শুৱা অভ্যাস কৰিলেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰ থাকে ৷

দৈনিক 60 মিনিটকৈ শুলে 5 এম এম এইচ জি ৰক্তচাপ কমাই য’ত 2 এম এম এইচ জি ৰক্তচাপ কমিলেই কাৰডিঅভাচকুলাৰ ৰোগ আৰু হৃদ যন্ত্ৰৰ ক্ৰীয়া বন্ধ হোৱাৰ সম্ভাৱনা 10 শতাংস কমাই ৷

আমেৰিকান কলেজ অৱ কাৰডিঅলজিৰ 68 সংক্ষক অধিৱেশনত এই কথা প্ৰকাশ পাইছে ৷

উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত এইটোৱোই প্ৰথম অধয়ন ৷

A study shows a nap a day keeps high blood pressure at bay

প্ৰতিদিনে দিনত শুৱা অভ্যাসে উচ্চ ৰক্তচাপ নোহোৱাই:অধ্যয়ন

নিউজ ডেস্ক, 10 মাৰ্চ: দৈনিক দিনত শুৱা অভ্যাসে শৰীৰটোক কাম কৰিবলৈ সতেজ কৰি ৰখাই নহয় উচ্চ ৰক্তচাপৰ পৰাও বিৰত ৰাখে ৷ 

উচ্চ ৰক্তচাপত  আক্ৰান্ত এগৰাকী ব্যক্তিয়ে অৱলম্বন কৰিব লগা অন্যান্য সাৱধানতা সমূহৰ পৰিবৰ্তে দিনত শুৱা অভ্যাস কৰিলেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰ থাকে ৷ 

দৈনিক 60 মিনিটকৈ শুলে 5 এম এম এইচ জি ৰক্তচাপ কমাই য’ত 2 এম এম এইচ জি ৰক্তচাপ কমিলেই কাৰডিঅভাচকুলাৰ ৰোগ আৰু হৃদ যন্ত্ৰৰ ক্ৰীয়া বন্ধ হোৱাৰ সম্ভাৱনা 10 শতাংস কমাই ৷

আমেৰিকান কলেজ অৱ কাৰডিঅলজিৰ 68 সংক্ষক অধিৱেশনত এই কথা প্ৰকাশ পাইছে ৷ 

উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত এইটোৱোই প্ৰথম অধয়ন ৷
Nap_Mar9.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.