ETV Bharat / lifestyle

Microsoft Edge : অধিক সুৰক্ষা নিশ্চিত কৰিব পৰা নতুন ব্ৰাউজিং মোড - ইন্টাৰনেট ব্যৱহাৰকাৰী

টেকন'লজি জায়েন্ট মাইক্ৰছফ্টৰ(Technology Giant Microsoft) মতে এইটো এনে এক ব্ৰাউজিং মোড য'ত ব্ৰাউজাৰৰ সুৰক্ষাক প্ৰাথমিকতা দিয়া হৈছে । এই ব্ৰাউজাৰে ইন্টাৰনেট ব্যৱহাৰকাৰীসকলক ৱেব ব্ৰাউজ কৰাৰ সময়ত প্ৰদান কৰে এক অতিৰিক্ত সুৰক্ষাৰ স্তৰ ।

Microsoft Edge
মাইক্ৰছফ্ট এজ্
author img

By

Published : Feb 7, 2022, 9:33 PM IST

ইন্টাৰনেচনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী : টেকন’লজি জায়েন্ট মাইক্ৰছফ্ট(Technology Giant Microsoft) এটা নতুন ব্ৰাউজাৰৰ সংস্কৰণ ৷ মাইক্ৰছফ্ট এজে্ (98.0.1108.43) মুকলি কৰিছে এই ব্ৰাউজাৰৰ সংস্কৰণ যিয়ে ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আহিছে বহুতো নতুন সুবিধা । এজ্ হ’ল এনে এক ব্ৰাউজিং মোড য'ত ব্ৰাউজাৰৰ সুৰক্ষাক প্ৰাথমিকতা দিয়া হৈছে ।

কোম্পানীটোৰ কৰ্তৃপক্ষই কয় যে, মাইক্ৰছফ্ট এজ্ এটা ব্ৰাউজিং(Microsoft Edge Browser) মোড য'ত ব্ৰাউজাৰৰ সুৰক্ষাই প্ৰাথমিক । এই ব্ৰাউজিং মোডৰ জৰিয়তে এণ্ড টু এণ্ড ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰি আৰু বাহ্যিক কাৰকসমূহে কৰিব বিচৰা ক্ষতিৰ পৰা অন্তিম ব্যৱহাৰকাৰীৰ ডেস্ক টপ (উইণ্ডোচ, মেক, অ' এছ, আৰু লিনাক্স)ক সুৰক্ষিত কৰিব পাৰি ।

এই নতুন ব্ৰাউজিং মোডৰ সৈতে ব্যৱহাৰকাৰীসকলে নিজৰ বিভিন্ন প্ৰফাইলসমূহ স্বয়ংক্ৰিয়ভাৱে প্ৰ'ফাইল চুইচিং(Switch to Microsoft Edge) কৰি এক অনুকূলিত তালিকা সৃষ্টি কৰিব পাৰে । এই ব্ৰাউজিং মোড সংস্কৰণ 100 ই ব্যৱহাৰকাৰী তথা এজেণ্টসকলৰ হেডাৰত তিনিটা অংকৰ নম্বৰ প্ৰেৰণ কৰিব, উদাহৰণ স্বৰূপে, "Edg/100"।

লগতে পঢ়ক : সলনি হৈছে ত্ৰিপুৰাৰ ৰাজনৈতিক বতাহ: বিধায়ক পদৰ পৰা পদত্যাগ দুই বিজেপি বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.