ETV Bharat / lifestyle

সময়ে সলনি কৰিছে নেকি চেনেহৰ বিহুটিক!! - GOHAIN BIHU

সময়ৰ লগে লগে সলনি হৈছে বহাগ বিহুটি ৷ কেনে ধৰণৰ পাৰ্থক্য আহিল বিহুলৈ ? পূৰ্বৰ গছৰ তলৰ বিহু বৰ্তমান আহিল মঞ্চলৈ ৷ পৰিৱৰ্তন আহিলেও বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰখাটো প্ৰয়োজন বুলি প্ৰকাশ কৰিলে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ৷

A_Biswanath_Rangchali_DL_Bihu
author img

By

Published : Apr 16, 2019, 12:59 PM IST

বিশ্বনাথ,16 এপ্ৰিলঃ সমগ্র ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো বিভিন্ন ৰূপত গোঁসাই বিহু উদযাপন কৰা হয় । দক্ষিণ শাখা সাহিত্য সভা আৰু বিহালী প্ৰেছ ক্লাৱৰ উদ্যোগত জ্যেষ্ঠ জনক সেৱা জনাই। মঙলবাৰে পুৱাই ঘৰে ঘৰে গৈ প্ৰেছ ক্লাৱৰ সদস্য সকল আৰু সাহিত্য সভাৰ সদস্য সকলে সম্বৰ্ধনা জনাই ৷ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰোহিনী মহন্তকো সম্বৰ্ধনা জনাই ৷

সময়ে সলনি কৰিছে বিহুটিক

Intro:A_Biswanath_Rangchali_DL_Bihu

Body:উখল মাখল ৰাজ্য ।
আজি গোসাঁই বিহু । সমগ্র ৰাজ্য লগতে আজি বিশ্বনাথ জিলাতো বিভিন্ন ৰূপত গোসাঁই বিহু উদযাপন কৰা দেখা গৈছে ।তাৰ ব্যতিক্ৰমী নহয় দক্ষিণ শাখা সাহিত্য সভা ও ।
পূৰ্বৰ দৰে এই বাৰো দক্ষিণ শাখা সাহিত্য সভা আৰু বিহালী প্ৰেছ ক্লাৱৰ উদ্যোগত জ্যেষ্ঠ জনক আদৰনি ও সেৱা জনোৱা এক কাৰ্যসূচী গ্ৰহণ কৰে ।আজি পূৱাই ঘৰে ঘৰে গৈ প্ৰেছ ক্লাৱৰ সদস্য সকল আৰু সাহিত্য সভা সদস্য সকলে আদৰনি জনোৱা এক বিশেষ প্ৰতিবেদন

Conclusion:বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.