ETV Bharat / jagte-raho

যোৰহাটত নিশা বিএচএনএলৰ এজিএমৰ দাদাগিৰি

author img

By

Published : Aug 13, 2020, 2:25 AM IST

বুধবাৰে নিশাৰ ভাগত বিএচএনএলৰ কাৰ্য্যালয়ৰ চৌহদত সংঘটিত হোৱা এক আত্মহত্যা কাণ্ডৰ তদন্ত কৰিবলৈ গৈছিল অৰ্পণা বৰুৱা নামৰ মহিলা আৰক্ষীগৰাকী ৷ সেই সময়তে গৌৰীশংকৰ বৰা উপস্থিত হৈ বেয়া ব্যৱহাৰ কৰে মহিলা আৰক্ষীগৰাকীক ৷

যোৰহাটত নিশা বিএচএনএলৰ এজিএমৰ দাদাগিৰি
যোৰহাটত নিশা বিএচএনএলৰ এজিএমৰ দাদাগিৰি

যোৰহাট, 13 আগষ্ট : যোৰহাটত নিশাৰ ভাগত বিএচএনএলৰ এজিএমৰ দাদাগিৰি ৷ কৰ্তব্যৰত মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ বিএছএনএলৰ এজিএমৰ ৷ ঘটনাৰ পিছতেই আৰক্ষীৰ জালত বিএচএনএলৰ এজিএম ৷ ধৃত এজিএমজনৰ নাম গৌৰীশংকৰ বৰা বুলি জানিব পৰা গৈছে ৷ সুৰামত্ত অৱস্থাত আছিল এজিএমজন ৷

বুধবাৰে নিশাৰ ভাগত বিএচএনএলৰ কাৰ্য্যালয়ৰ চৌহদত সংঘটিত হোৱা এক আত্মহত্যা কাণ্ডৰ তদন্ত কৰিবলৈ গৈছিল অৰ্পণা বৰুৱা নামৰ মহিলা আৰক্ষীগৰাকী ৷ সেই সময়তে গৌৰীশংকৰ বৰা উপস্থিত হৈ বেয়া ব্যৱহাৰ কৰে মহিলা আৰক্ষীগৰাকীক ৷ কৰ্তব্যতো বাধা দিয়াৰ অভিযোগ অৰ্পণা বৰুৱাক ৷ ইতিমধ্যে আইনী ব্যবস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে অৰ্পণা বৰুৱাই ৷

যোৰহাটত নিশা বিএচএনএলৰ এজিএমৰ দাদাগিৰি

লগতে পঢ়ক : আমিনগাৱঁত স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.