ETV Bharat / jagte-raho

হাতী দাঁতসহ বন বিভাগৰ জালত এজন - বনৰীয়া হাতী

চিৰাঙত বন আৰু আৰক্ষীয়ে যৌথ অভিযানত হাতীৰ দাঁতৰ সৈতে এজন লোকক আটক কৰে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷

wild elephant tusks recovered By Police At Chirang
চিৰাঙত হাতী দাঁত সহ এজন লোকক আটক বন বিভাগৰ
author img

By

Published : Aug 25, 2020, 8:38 PM IST

চিৰাং, 25 আগষ্টঃ চিৰাঙত দ্বিতীয় বাৰৰ বাবে উদ্ধাৰ হয় দুটাকৈ বনৰীয়া হাতীৰ দাঁত । বনবিভাগ, আৰক্ষী আৰু এচ এচ বিৰ যৌথ অভিযানত হাতী দাঁত ব্যৱসায়ত জড়িত এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

চিৰাঙত হাতী দাঁত সহ এজন লোকক আটক বন বিভাগৰ

চিৰাং জিলা বন বিভাগ, এচ এচ বি আৰু আৰক্ষীৰ যৌথ অভিযানত ৰুণিখাতাৰ দৈমুগুৰীত পুনৰ হাতীৰ দাঁতৰ সৈতে এজনক লোক আটক কৰে ৷ ধৃত লোকজনৰ নাম জয়বাংলা বসুমতাৰী (৪৫) ৷ উল্লেখ্য যে, যোৱা ২৩ আগষ্টতটো জিলাখনৰ দাদগিৰিত বন বিভাগ আৰু আৰক্ষীৰ অভিযানত দুটা হাতী দাঁত সহ এজন লোকক আটক কৰিছিল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ সৈতে যোগাযোগ কৰি উপযুক্ত তদন্তৰ ব্যৱস্থা কৰিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে চিৰাং জিলা বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে।

লগতে পঢ়ক-ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.