জখলাবন্ধা,4চেপ্তম্বৰঃ যোৱা ৩০ জুলাই তাৰিখে গৌৰীসাগৰত বনবিভাগৰ এখন গাড়ী খুন্দিয়াই পলায়ন কৰা এখন টেংকাৰ অৱশেষত বুধবাৰে জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,উক্ত দুৰ্ঘটনাটোত ৪ জন বন কৰ্মী থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হৈছিল ৷ সম্পূৰ্ণ এক মাহ বিভিন্ন স্থানত আত্মগোপন কৰাৰ পাছত বুধবাৰে পুৱতি নিশা জখলাবন্ধাত ধৰা পৰে NL-01N-4509 নম্বৰৰ অইল টেঙকাৰ খন ৷ বাহনখনৰ চালক অনিল কুমাৰ যাদৱকো আটক কৰিছে আৰক্ষীয়ে ৷
এমাহ পাছত জব্দ দুৰ্ঘটনাত জড়িত টেংকাৰ - বাহনখনৰ চালকক আটক
জুলাই মাহতেই গৌৰাসাগৰত 4 জন বন কৰ্মাক খুন্দিয়াই নিহত কৰা টেংকাৰ জখলাবন্ধাত জব্দ ৷ বাহনৰ চালককো আটক ৷
এমাহ পাছত জব্দ দুৰ্ঘটনাত জড়িত টেংকাৰ
জখলাবন্ধা,4চেপ্তম্বৰঃ যোৱা ৩০ জুলাই তাৰিখে গৌৰীসাগৰত বনবিভাগৰ এখন গাড়ী খুন্দিয়াই পলায়ন কৰা এখন টেংকাৰ অৱশেষত বুধবাৰে জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,উক্ত দুৰ্ঘটনাটোত ৪ জন বন কৰ্মী থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হৈছিল ৷ সম্পূৰ্ণ এক মাহ বিভিন্ন স্থানত আত্মগোপন কৰাৰ পাছত বুধবাৰে পুৱতি নিশা জখলাবন্ধাত ধৰা পৰে NL-01N-4509 নম্বৰৰ অইল টেঙকাৰ খন ৷ বাহনখনৰ চালক অনিল কুমাৰ যাদৱকো আটক কৰিছে আৰক্ষীয়ে ৷
Intro:জখলাবন্ধা আৰক্ষীৰ সফলতা
গৌৰীসাগৰত নিহত হোৱা ৪ বন কৰ্মীৰ দুৰ্ঘটনাৰ লগত জড়িত বাহন জব্দ
চালকক অনিল কুমাৰ যাদৱ আটকBody:যোৱা ৩০ জুলাইত গৌৰীসাগৰত বনবিভাগৰ গাড়ী খুন্দিয়াই পলায়ন কৰা টেংকাৰখন অৱশেষত আৰক্ষীৰ জালত পৰিল ।এক গোপন খবৰ ৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে NL 01 N 4509 নম্বৰৰ অইল টেঙকাৰ খন। আৰক্ষীয়ে গাড়ী খনৰ চালক অনিল কুমাৰ যাদৱকো আটক কৰে।উল্লেখযোগ্য যে দুৰ্ঘটনা টোত ৪ জন বন কৰ্মী থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰ ভাবে আহত হৈছিল। বিভিন্ন স্থণত আত্মগোপন কৰি থকাৰ পাছত আজি পুৱতি নিশা জখলাবন্ধাত ধৰা পৰে বাহনখন।Conclusion:visuals
bite