ETV Bharat / jagte-raho

ৰোহিত শেখৰ হত্যাকাণ্ডত জড়িত পত্নী অপূৰ্বাক আটক - ETV BHARAT

দীৰ্ঘসময় ধৰি চলা সোধপোছৰ পাছতে আৰক্ষীয়ে আটক কৰে ৰোহিত শেখৰ হত্যাকাণ্ডত জড়িত অপূৰ্বাক।

ৰোহিত শেখৰ হত্যাকাণ্ডত জড়িত পত্নী অপূৰ্বাক আটক
author img

By

Published : Apr 24, 2019, 7:47 PM IST

নতুন দিল্লী,২৪ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত এন ডি তিৱাৰীৰ পুত্ৰ ৰোহিত শেখৰ হত্যাকাণ্ডত জড়িতৰ অপৰাধত পত্নী অপূৰ্বাক আটক কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি ৰোহিতৰ পত্নী অপূৰ্বাই ক্ৰাইম ব্ৰান্সৰ দীৰ্ঘসময় ধৰি চলা সোধপোছৰ পাছত স্বীকাৰ কৰে যে তেওঁলোকৰ মাজত বৈবাহিক সম্পৰ্ক ভাল নাছিল। দুয়োৰে মাজত দীৰ্ঘদিন ধৰি কন্দল চলি আহিছিল। জানিব পৰা মতে ৰোহিত শেখৰ আছিল এজন নিচাসক্ত ব্যক্তি যাৰ ফলত পত্নীয়ে বাধা দিয়াৰ ফলত তেওঁলোকৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.