নগাঁও ,3 জুলাই :বিগত পঞ্চায়ত নিৰ্বাচনত শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰি মনোনয়ন দাখিল কৰাৰ অভিযোগত নগাঁৱত আটক এজন পঞ্চায়ত প্ৰতিনিধি। প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰতিদ্বন্দী প্ৰাৰ্থী নবী হুছেইনে ৷
ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰি আটক পঞ্চায়ত প্ৰতিনিধি
নগাঁও জিলাৰ জেঙণি কলাডুবা গাওঁ পঞ্চায়তৰ এ আই ইউ ডি এফ দলৰ নিৰ্বাচিত পঞ্চায়ত সভাপতি মটিউৰ ৰহমানৰ বিৰুদ্ধে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিদ্বন্দী প্ৰাৰ্থী নবী হুছেইনে ৰিটাৰ্ণিং বিষয়াৰ লগতে নগাঁও সদৰ আৰক্ষী থানাতো দাখিল কৰিছিল এজাহাৰ ৷ বুধবাৰে নগাওঁ সদৰ থানাৰ আৰক্ষীয়ে নগাওঁ চহৰৰ পৰাই সোধ পোচৰ বাবে আটক কৰে পঞ্চায়ত সভাপতিগৰাকীক ।
ভুৱা শিক্ষাগত অৰ্হতা
নগাঁও ,3 জুলাই :বিগত পঞ্চায়ত নিৰ্বাচনত শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰি মনোনয়ন দাখিল কৰাৰ অভিযোগত নগাঁৱত আটক এজন পঞ্চায়ত প্ৰতিনিধি। প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰতিদ্বন্দী প্ৰাৰ্থী নবী হুছেইনে ৷
Intro: পঞ্চায়ত নিৰ্বাচনৰ মনোনয়নত শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ দাখিলৰ অভিযোগত আটক পঞ্চায়ত প্ৰতিনিধি।
Body:বিগত পঞ্চায়ত নিৰ্বাচনত শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জালিয়াতেৰে মনোনয়ন দাখিল কৰাৰ অভিযোগত নগাওঁ আৰক্ষীয়ে আটক কৰে এজন পঞ্চায়ত প্ৰতিনিধিক। নগাওঁ জিলাৰ জেঙণি কলাডুবা গাওঁ পঞ্চায়তৰ এ আই ইউ ডি এফ দলৰ নিৰ্বাচিত পঞ্চায়ত সভাপতি মটিউৰ ৰহমানৰ বিৰুদ্ধে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিদ্বন্দী প্ৰাৰ্থী নবী হুছেইনে ৰিটাৰ্ণিং বিষয়াক লিখিত অভিযোগ দিয়াৰ লগতে ইতিমধ্যে নগাওঁ সদৰ আৰক্ষী থানাতো দাখিল কৰিছিল এজাহাৰ। বুধবাৰে নগাওঁ সদৰ থানাৰ আৰক্ষীয়ে নগাওঁ চহৰৰ পৰাই আটক কৰি সোধপুছ অব্যাহত ৰাখিছে।
bite. প্ৰতিদ্বন্দি প্ৰাৰ্থী
--------------------------------/-----------------------/
ৰকিবুল ওৱাহিদ, নগাওঁ
৩-৭-১৯
Conclusion: