ETV Bharat / jagte-raho

ৰঙাপৰাৰ পৰাৰ অপহৃত কিশোৰী চাৰিদুৱাৰত উদ্ধাৰ - ৰঙাপৰা

ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে শনিবাৰে চাৰিদুৱাৰৰ সোনাইপাম মিৰিগাৱঁৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকী ।

ৰঙাপৰাৰ পৰাৰ অপহৃত কিশোৰী চাৰিদুৱাৰত উদ্ধাৰ
author img

By

Published : Apr 14, 2019, 8:10 PM IST

ৰঙাপৰা , 14 এপ্ৰিল: ৰঙাপৰাৰ পৰা অপহৃত হোৱা এগৰাকী কিশোৰীক আৰক্ষীয়ে চাৰিদুৱাৰত উদ্ধাৰ কৰে । ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে শনিবাৰে চাৰিদুৱাৰৰ সোনাইপাম মিৰি গাৱঁৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকী ।

ৰঙাপৰাৰ পৰাৰ অপহৃত কিশোৰী চাৰিদুৱাৰত উদ্ধাৰ

উল্লেখ্য যে , ৰঙাপৰাৰ 16 বছৰীয়া কিশোৰীগৰাকীক বিগত 12 এপ্ৰিলত সন্ধানহীন হৈছিল। ৰঙাপৰাৰ 2 নং নাহৰণী গ্ৰান্টৰ ৰামজি চৌহানৰ পুতেক বিশ্বজিৎ চৌহানে কিশোৰী গৰাকীক অপহৰণ কৰিছিল। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে 62/19 নম্বৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 366 (এ) অধীনত এটা গোচৰ ৰুজু কৰে।

Intro:ৰঙাপৰাৰ পৰাৰ অপহৃত এগৰাকী কিশোৰী চাৰিদুৱাৰত উদ্ধাৰ।Body:ৰঙাপৰাঃ ৰঙাপৰাৰ পৰা অপহৃত হোৱা এগৰাকী কিশোৰীক আৰক্ষীয়ে চাৰিদুৱাৰত উদ্ধাৰ কৰে।ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কালি চাৰিদুৱাৰৰ সোনাইপাম মিৰি গাৱঁৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য যে ৰঙাপৰা ৰেলৱে নিউ কলনীৰ নিৱাসী দিগন্ত দাসৰ ১৬ বছৰীয়া কন্যাক যোৱা ১২ এপ্ৰিলত সন্ধানহীন হয়। ৰঙাপৰাৰ ২ নং নাহৰনী গ্ৰান্টৰ ৰামজি চৌহানৰ পুতেক বিশ্বজিৎ চৌহানে কিশোৰ গৰাকীক অপহৰণ কৰিছিল। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে ৬২/১৯ নম্বৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ (এ) অধীনত এটা গোচৰ ৰুজু কৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.