ETV Bharat / jagte-raho

ঝাৰখণ্ডত বিস্কুতৰ প্ৰলোভনৰে 4 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা পঞ্চায়ত প্ৰতিনিধিৰ

ঝাৰখণ্ডৰ ৰেৱা জিলাৰ এগৰাকী 2 বছৰীয়া শিশুৰ পৰিয়ালে পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷ পঞ্চায়তৰ প্ৰতিনিধিয়ে পৰিয়ালটোৰ 4 বছৰীয়া শিশুক যৌন নিৰ্যানতৰ চেষ্টা চলাইছিল ৷ ইতিমধ্যে, পৰিয়ালৰ লোকৰ অভিয়োগৰ ভিত্তিত কুন্টী আৰক্ষীয়ে অভিযুক্ত আটক কৰিছে ৷

offered bribe to suppress case rape victim family
ঝাৰখণ্ডত বিস্কুতৰ প্ৰলোভনৰে 4 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা পঞ্চায়ত প্ৰতিনিধিৰ
author img

By

Published : Dec 26, 2020, 10:34 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ : ঝাৰখণ্ডৰ ৰেৱা জিলাৰ এগৰাকী 4 বছৰীয়া শিশুৰ পৰিয়ালে পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ৰেৱা পঞ্চায়তৰ প্ৰতিনিধিয়ে পৰিয়ালটোৰ 4 বছৰীয়া শিশুক যৌন নিৰ্যানতৰ চেষ্টা চলাইছিল ৷ ইতিমধ্যে, পৰিয়ালৰ লোকৰ অভিয়োগৰ ভিত্তিত কুন্টী আৰক্ষীয়ে অভিযুক্ত আটক কৰিছে ৷

পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, অভিযুক্ত সুনীল নামৰ লোকজনে বিস্কুতৰ প্ৰলোভনৰে শিশুটিক এখন জংঘললৈ লৈ গৈছিল ৷

পৰৱৰ্তী সময়ত যোতিয়া বিষয়টো গ্ৰাম পঞ্চায়তৰ সন্মুখত উত্থাপন হৈছিল তেতিয়া পৰিয়ালটিক ঘটনাটো প্ৰকাশ নকৰিবৰ বাবে 2 লাখ টকাৰ প্ৰলোভন দিছিল ৷

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত কুন্টী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : প্ৰৱঞ্চক প্ৰতিষ্ঠানৰ বিৰুদ্ধে CBI ৰ 19 টা স্থানত তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.