ETV Bharat / jagte-raho

জইচ-ই-মহম্মদৰ লগত জড়িত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ - jaish-e-mahammad

জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ নিবাসী আটকাধীন যুৱক দুগৰাকীক নিয়াৰ সাতদিনৰ জিম্মালৈ প্ৰেৰণ বিশেষ আদালতৰ । ‘নিয়া’ই প্ৰকাশ কৰা অনুসৰি জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ নিবাসী দুয়োগৰাকী যুৱক পাকিস্তানৰ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত ।

etv bharat
author img

By

Published : Apr 26, 2019, 2:20 AM IST

নতুন দিল্লী, 26 এপ্ৰিলঃ বৃহস্পতিবাৰে ইছলামিক উগ্ৰপন্থী সংগঠন জইচ-ই-মহম্মদৰ লগত জড়িত দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) চমুকৈ ‘নিয়া’ই । উগ্ৰপন্থী সংগঠনটোৰ উচ্চ পদস্থ নেতাই ভাৰতত বিভিন্ন কূটাঘাটমূলক কাণ্ড সংঘটিত কৰিবলৈ বিভিন্ন লোকক সংগঠনটোত নিয়োগ কৰি আহিছে । এনেধৰণৰে পৰিকল্পনাত জড়িত থকাৰ অভিযোগত ‘নিয়া’ই আটক কৰে তনৱীৰ (২৯) আৰু বিল্লাল মীৰ (২৩) নামৰ যুৱক দুজনক ।

‘নিয়া’ই প্ৰকাশ কৰা অনুসৰি জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ নিবাসী দুয়োগৰাকী যুৱক পাকিস্তানৰ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত ।

উল্লেখ্য যে, নিয়াৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছে যে পূৰ্বতে আটকাধীন চজ্জাদ আহমেদ নামৰ লোকজনৰ লগত তনৱীৰ আৰু বিল্লাল মীৰে হোৱাটচএপযোগে সক্ৰিয়ভাৱে সংযোগ স্থাপন কৰি আহিছিল । বৃহস্পতিবাৰে, আটকাধীন দুয়োগৰাকীকে নিয়াৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে সোধ-পছচৰ বাবে নিয়াৰ সাত দিনৰ জিম্মালৈ প্ৰেৰণ কৰে ।

Intro:Body:

জইচ ই মহম্মদৰ কুচক্ৰান্তৰ লগত জড়িত দুজনক আটক

জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ নিবাসী আটকাধীন যুৱক দুগৰাকীক ৰাষ্ট্ৰীয় অনুসন্ধান সন্থাৰ সাত জিম্মালৈ প্ৰেৰণ সন্থাৰ বিশেষ আদালতৰ । 

নতুন দিল্লী, ২৫ এপ্ৰিলঃ বৃহস্পতিবাৰে ইছলামিক উগ্ৰপন্থী সংগঠন জইচ-ই-মহম্মদৰ লগত জড়িত দুগৰাকীকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় অনুসন্ধান সন্থা (NIA) চমুকৈ এন আই এয়ে । সংগঠনটোৰ উচ্চ পদস্থ নেতাই ভাৰতত বিভিন্ন কূটাঘাটমূলক কাণ্ড সংঘটিত কৰিবলৈ বিভিন্ন লোকক সংগঠনটোত নিয়োগ কৰি আহিছে । এনে কুচক্ৰান্তত জড়িত থকাত আটক হোৱা লোক দুজনক তনৱীৰ (২৯) আৰু বিল্লাল মীৰ (২৩) বুলি জানিব পৰা হৈছে ।

ৰাষ্ট্ৰীয় অনুসন্ধান সন্থাই প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদী দুগৰাকী জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰে নিবাসী আৰু দুয়োগৰাকী যুৱক পাকিস্তানৰ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত । লগতে সন্থাটোৱে প্ৰকাশ কৰে যে, জম্মুৰ  ক'ট ভলৱাল কাৰাগাৰৰ পৰা দুয়োগৰাকী অভিযুক্তত অনা হৈছে, য'ত যুৱক দুজনক লোক নিৰাপত্তা আইনৰ অধীনতে কৰায়ত্ত কৰা হৈছিল ।

উল্লেখ্য যে, সন্থাৰ অনুসন্ধানত এইকথা পোহৰলৈ আহিছে যে, পূৰ্বতে আটকাধীন চজ্জাদ আহমেদ নামৰ লোকজনৰ লগত তনৱীৰ আৰু বিল্লাল মীৰে হোৱাটচএপ যোগে সক্ৰিয়ভাৱে সংযোগ স্থাপন কৰি আহিছিল । বৃহস্পতিবাৰে পডাকশ্যন ৱাৰেন্টৰ বিৰুদ্ধে দুয়োগৰাকীকে ৰাষ্ট্ৰীয় অনুসন্ধান সন্থাৰ বিশেষ আদালতলৈ প্ৰেৰণ কৰা হৈছিল । আটকাধীন লোক দুজনক সোধ-পোচৰ বাবে সন্থাৰ সাত দিনৰ জিম্মালৈ প্ৰেৰণবিশেষ আদালতৰ ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.