ETV Bharat / jagte-raho

নামৰূপত দিন দুপৰতে ডকাইতি কাণ্ডঃ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ

স্থানীয় ৰাইজে ঘটনা সম্পৰ্কে আৰক্ষীক জনোৱাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুই দৰ্বৃত্তক আটক কৰে লগতে বুধবাৰে আৰক্ষীৰ দলটোৱে আন দুজন দুৰ্বৃত্তকো আটক কৰিবলৈ সক্ষম হয় ৷

author img

By

Published : Feb 19, 2020, 9:01 PM IST

চাৰি অভিযুক্তক গ্ৰেপ্তাৰ
চাৰি অভিযুক্তক গ্ৰেপ্তাৰ

নামৰূপ, 19 ফেব্ৰুৱাৰীঃ মঙলবাৰে আবেলি প্ৰায় ৪.৩০ মান বজাত টিংখাঙৰ পৰা নামৰূপ অভিমূখে আহি থকা এখন যাত্ৰীবাহী মেজিকক বস্ক'বাৰীত ৰখাই চাৰি দুৰ্বৃত্তই গাড়ীচালকৰ পৰা নগদ ধন কাঢ়ি লোৱাৰ উপৰিও যাত্ৰীসকলক হাৰাশাস্তি কৰে। যুৱক কেইজন ক্ৰমে দেনিয়েল ছাংগা(২৫), চবেষ্টেন ধান(২৫), অভিজিৎ ভেঙৰা (২১) আৰু দৰ্মানক সবিয়া আইদ (২৭) ৷

চাৰি অভিযুক্তক গ্ৰেপ্তাৰ

স্থানীয় ৰাইজে ঘটনা সম্পৰ্কে আৰক্ষীক জনোৱাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুই দৰ্বৃত্তক আটক কৰে লগতে বুধবাৰে আৰক্ষীৰ দলটোৱে আন দুজন দুৰ্বৃত্তকো আটক কৰিবলৈ সক্ষম হয় ৷ নামৰূপ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৪ ধাৰাৰ অধীনত ২৬/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি ডকাইত কেইজনক ডিব্ৰুগড়ৰ জেল হাজোতলৈ প্ৰেৰণ কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.