ETV Bharat / jagte-raho

নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

খাকী পোছাকৰ পৰিৱৰ্তে সাধাৰণ পোছাকত নগাঁও আৰক্ষীৰ অভিযান ৷ সাধাৰণ পোছাকত অভিযান চলাই জব্দ কৰিলে নিষিদ্ধ ড্ৰাগছ ৷ ব্যৱসায়ীক আটক আৰক্ষীৰ ৷

author img

By

Published : Dec 10, 2020, 10:53 PM IST

nagaon-police-arrested-durgs-smuggler
সাধাৰণ পোছাকত অভিযান চলাই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক

নগাঁও, 10 ডিচেম্বৰ : বৃহস্পতিবাৰে নগাঁৱত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয় । খাকী পোছাকৰ পৰিৱৰ্তে সাধাৰণ পোছাকত যোৱা আৰক্ষীয়ে দলে আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ ব্যৱসায়ী জনক ৷ লগতে, আৰক্ষীয়ে ড্ৰাগছৰ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে নিষিদ্ধ হেৰ'ইন আৰু গাঞ্জা ।

হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবেদুৰ ৰহমানৰ মন্তব্য

উল্লেখ্য যে, নগাঁৱৰ কাতিমাৰী পথাৰৰ বাবুখানৰ ঘৰৰ পৰা উদ্ধাৰ হয় নিষিদ্ধ সামগ্ৰীখিনি । হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবেদুৰ ৰহমান, কুন্দন ৰবি দাস আৰু অতিৰিক্ত আৰক্ষী বিষয়া মুন বসুমতাৰীৰ নেতৃত্বত চলিছিল এই অভিযান । সাধাৰণ পোছাকৰ এটা দলৰ লগতে আন এটা দলেও যৌথভাৱে চলাইছিল এই অভিযান ।

লগতে পঢ়ক : ভোটগ্ৰহণৰ মাজতে চিৰাঙৰ ভোটকেন্দ্ৰত আৰক্ষীৰ শূণ্যলৈ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.