ETV Bharat / jagte-raho

গোটৰ নিয়মীয়া কিস্তি দিবলৈ গৈ মৰিগাঁৱত দুবছৰীয়া শিশু সহ-মাতৃৰ ৰহস্যজনক নিখোজ - মায়ং আৰক্ষী থানাত দাখিল এজাহাৰ

ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বৰপাক গাঁৱৰ নিবাসী সমীৰ দাসৰ পত্নী লক্ষ্মীৰাণী দাসে বিগত 1আগষ্টত ওচৰৰ দীপ্ৰাঙত গোটৰ নিয়মীয়া কিস্তি দিবলৈ যায় । সন্ধিয়ালৈকে ঘৰলৈ ঘুৰি নহাত ওচৰ চুবুৰীয়াৰ লগতে আত্মীয় ঘৰত বিচাৰ খোচাৰ কৰি বিফল হয় ।

গোটৰ নিয়মীয়া কিস্তি দিবলৈ গৈ মৰিগাঁৱত দুবছৰীয়া শিশু সহ-মাতৃৰ ৰহস্যজনক নিখোজ

author img

By

Published : Aug 6, 2020, 4:25 AM IST

মৰিগাওঁ, 5 আগষ্ট : আত্মসহায়ক গোটৰ কিস্তি দিবলৈ গৈ ৰহস্যজনকভাৱে মবাইল অফ কৰি তিনিদিন ধৰি শুংসুত্ৰ নাই এহাল মাতৃপুত্ৰৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যেই দাখিল কৰা হৈছে এজাহাৰ ।

নিখোজ সমীৰ দাসৰ পত্নী লক্ষ্মীৰাণী দাস
নিখোজ সমীৰ দাসৰ পত্নী লক্ষ্মীৰাণী দাস

মৰিগাঁও বহাবৰপাক গাঁৱৰ পৰা এটি দুবছৰীয়া সন্তান সহ মাতৃ নিখোজ হোৱাৰ ঘটনা পোহৰলৈ আহিছে । ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বৰপাক গাঁৱৰ নিবাসী সমীৰ দাসৰ পত্নী লক্ষ্মীৰাণী দাসে বিগত 1আগষ্টত ওচৰৰ দীপ্ৰাঙত গোটৰ নিয়মীয়া কিস্তি দিবলৈ যায় । সন্ধিয়ালৈকে ঘৰলৈ ঘুৰি নহাত ওচৰ চুবুৰীয়াৰ লগতে আত্মীয় ঘৰত বিচাৰ খোচাৰ কৰি বিফল হয় । উপায়ন্তৰ হৈ স্বামী তথা পৰিয়ালে মায়ং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

গোটৰ নিয়মীয়া কিস্তি দিবলৈ গৈ মৰিগাঁৱত দুবছৰীয়া শিশু সহ-মাতৃৰ ৰহস্যজনক নিখোজ
মায়ং আৰক্ষী থানাত দাখিল কৰা এজাহাৰ

এজাহাৰত উল্লেখ কৰা মতে 24বছৰীয়া বোৱাৰী গৰাকী পিন্ধনত হালধীয়া শাৰী আছিল । মিঠা বৰণীয়া এই গৰাকী বোৱাৰী ওখ 5/6"। মনকৰিবলগীয়া যে ঘৰৰ পৰা যোৱা সময়ত নগদ ১০,০০০/- টকা আৰু বোৱাৰী গৰাকীৰ নিজা নথিপত্ৰ লগত নিয়াত সৃষ্টি হৈছে ৰহস্যৰ । আনহাতে বোৱাৰী গৰাকী লগত থকা মবাইল 9564833390 নম্বৰটো চুইটছ অফ হৈ আছে । এই গৰাকী বোৱাৰী আৰু কণমাণিটোৰ সন্ধান পালে ওচৰৰ আৰক্ষীক খবৰ দিবলৈ পৰিয়ালে আহ্বান জনাইছে ।

লগতে পঢ়কঃ শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষঃ জ্বলিল কেবাখনো বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.