ETV Bharat / jagte-raho

কৰিমগঞ্জ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান

ভাৰতীয় চোৰাং ব্যৱসায়ীয়ে বিড়ি বিক্ৰী কৰি লৈ যোৱাৰ তথ্য পূৰ্বে লাভ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা বিভাগে । এক গোপন সূত্ৰৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই এই বিড়ি জব্দ কৰিবলৈ সক্ষম হয় ।

কৰিমগঞ্জ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান
কৰিমগঞ্জ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান
author img

By

Published : Aug 7, 2020, 3:32 AM IST

কৰিমগঞ্জ, 7 আগষ্ট : কৰিমগঞ্জ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানত উদ্ধাৰ হয় 45হাজাৰ টকাৰ বিড়ি । কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফে এক নিয়মীয়া অভিযান চলাই এইসমূহ চোৰাং সামগ্ৰী জব্দ কৰে । অভিযানত বাংলাদেশলৈ বুলি সৰবৰাহ কৰিবলৈ যোৱা বিশাল পৰিমাণৰ বিড়ি জব্দ কৰে । ভাৰতীয় চোৰাং ব্যৱসায়ীয়ে বিড়ি বিক্ৰী কৰি লৈ যোৱাৰ তথ্য পূৰ্বে লাভ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা বিভাগে । এক গোপন সূত্ৰৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই এই বিড়ি জব্দ কৰিবলৈ সক্ষম হয় । সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানৰ খবৰ লাভ কৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় চোৰাং ব্যৱসায়ীসকল । উদ্ধাৰ হোৱা বিড়ি বৃহস্পতিবাৰে কৰিমগঞ্জ শুল্ক বিভাগৰ হাতত গতাই দিয়ে বাহিনীয়ে ।

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটিলে এগৰাকী অভিযন্তাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.