গুৱাহাটী, 19 ফেব্ৰুৱাৰী : যোৰাবাটত বুধবাৰে ৰাতিপুৱাৰে পৰাই আয়কৰ বিভাগৰ বৃহৎ অভিযান ৷ আয়কৰ ফাঁকি দিয়াৰ বাবেই এইদৰে অভিযান চলাইছে আয়কৰ বিভাগে ৷ যোৰাবাটৰ 12মাইলস্থিত দুটাকৈ কোম্পানীত চলিছে এই অভিযান ৷
কমৰ হাৰলালক মালিকানাধীন প্ৰাইড কোক আৰু প্ৰাইম মাষ্টাৰ্ড অইল কোম্পানীত চলিছে এই অভিযান ৷ ৰাতিপুৱাৰে পৰাই আৰক্ষীৰ বৃহৎ দল লগত লৈ এইদৰে অভিযান চলাইছে আয়কৰ বিভাগে ৷