ETV Bharat / jagte-raho

এক সপ্তাহত 3গৰাকী BJP নেতাক গুলীয়াই হত্যা - অচিনাক্ত বন্দুকধাৰীয়ে গুলিয়াই হত্যা কৰে

বিগত এক সপ্তাহৰ ভিতৰত বিজেপিশাসিত উত্তৰপ্ৰদেশত গুলীয়াই হত্যা কৰা হয় তিনিগৰাকীকৈ বিজেপি নেতাক ৷ ৰাজনৈতিক হত্যা নে অন্য কিছু তাক লৈ এতিয়াও স্পষ্ট তথ্য নাই আৰক্ষীৰ হাতত ৷

প্ৰতিনিধিত্বমুলক ছবি
author img

By

Published : Oct 13, 2019, 6:55 PM IST

নিউজ ডেস্ক, 13 অক্টোবৰঃ বিজেপিশাসিত উত্তৰপ্ৰদেশত এক সপ্তাহৰ ভিতৰতে গুলীয়াই হত্যা তিনিজনকৈ লোকক ৷ হত্যাকাণ্ডৰ আঁৰত এটা দিশ স্পষ্ট, হত্যাৰ বলি হোৱা তিনিওগৰাকী লোকেই বিজেপি দলৰ কৰ্মী তথা সদস্য ৷ ৰাজনৈতিক কাৰণ নে অন্যান্য কাৰণত লোককেইজনক হত্যা কৰা হ'ল তাক লৈ এতিয়াও কোনো স্পষ্ট তথা নিৰ্দিষ্ট তথ্য লাভ কৰা নাই Encounter Special উত্তৰপ্ৰদেশৰ বিয়াগোম আৰক্ষী বিভাগে ৷

লগতে পঢ়কঃ বৰ্বৰঃ অন্তঃসত্বা পত্নী আৰু পুত্ৰৰ সৈতে হত্যা শিক্ষকক !

উল্লেখ্য যে, বিগত 8 অক্টোবৰত ৰাজ্যখনৰ দেওবন্দত হত্যাৰ বলি হৈছিল BJP নেতা চৌধুৰী যশপাল সিং ৷ একেদৰেই 10 অক্টোবৰত বাস্তি অঞ্চলত হত্যাৰ বলি প্ৰাক্তন ছাত্ৰনেতা তথা বৰ্তমানে BJP নেতা কবীৰ তিৱাৰী ৷ কবীৰ তিৱাৰীৰ হত্যাৰ পিচতে সমগ্ৰ অঞ্চলটোতে ব্যাপক হিংসাৰ সৃষ্টি হয় ৷ চৰকাৰী বাছত অগ্নিসংযোগ কৰি দিয়ে প্ৰতিবাদকাৰীয়ে ৷ পৰৱৰ্তী সময়ত বাস্তিৰ আৰক্ষী অধীক্ষক পংকজ কুমাৰ বদলি কৰে ৰাজ্য প্ৰশাসনে ৷ হত্যাকাণ্ডৰ তদন্তৰ লগতে আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ নিৰ্দেশনা দিয়ে ৰাজ্য প্ৰশাসনে ৷

লগতে পঢ়কঃ অসুৰক্ষিত দিল্লী: চিলনীচোৰে কাঢ়িলে প্ৰধানমন্ত্ৰীৰ ভতিজাৰ পাৰ্চ

কিন্তু দুটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিচটো তৃতীয়টো হত্যাকাণ্ড প্ৰতিৰোধ কৰিবলৈ সক্ষম নহ'ল উত্তৰপ্ৰদেশ আৰক্ষী ৷ 12 অক্টোবৰত দেওবন্দ অঞ্চলতে পুনৰ হত্যাৰ বলি হয় আন এগৰাকী BJP নেতা ধাৰা সিং ৷ 47 বছৰীয়া ধাৰা সিঙক নিজৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে বাইকত অহা অচিনাক্ত বন্দুকধাৰীয়ে গুলিয়াই হত্যা কৰে ৷ সংবাদ মাধ্যমৰ আগত ঘটনা সম্পৰ্কে উল্লেখ কৰে সাহাৰনপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক(SSP) দীনেশ কুমাৰে ৷

লগতে পঢ়কঃ হাউলীত নৃশংস হত্যাকাণ্ড: ঘাটক স্বামীয়ে প্ৰাণ ললে পত্নীৰ

আনহাতে ৰাজ্যখনৰ গৃহবিভাগৰ অতিৰিক্ত সচিব অবিনাশ অৱস্থীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আৰক্ষী বিভাগৰ ব্যৰ্থতাৰ বাবেই এটা সপ্তাহতে একেটা অঞ্চলত এইদৰে তিনিটাকৈ হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ কৰে অতিৰিক্ত সচিবগৰাকীয়ে ৷

লগতে পঢ়কঃ স্বামীৰ লাঠিৰ প্ৰহাৰত মৃত্যু পত্নীৰ

কিন্তু আৰক্ষীৰ ব্যৰ্থতা নে অন্য কোনো কাৰণত হত্যাকাণ্ড সংঘটিত হ'ল তাৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই ৷ এক সপ্তাহত একেটা অঞ্চলতে এইদৰে তিনিগৰাকীকৈ ক্ষমতাশালী BJP নেতা হত্যাৰ বলি হোৱাটো কোনো সাধাৰণ ঘটনা নহয় ৷ তাকো BJPৰ শাসনত থকা এখন ৰাজ্যত এইদৰে তিনিগৰাকীকৈ দলীয় নেতাৰ হত্যাকাণ্ডক বহুতেই এতিয়াও সহজে ল'ব পৰা নাই ৷

Intro:Body:

এক সপ্তাহত 3গৰাকী BJP নেতাক গুলীয়াই হত্যা 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.