ETV Bharat / jagte-raho

গুৱাহাটী ৰেল ষ্টেচনত জব্দ নিষিদ্ধ গাঞ্জা - গুৱাহাটী ৰেল ষ্টেচনত গাঞ্জা

গুৱাহাটী ৰেলৱে ষ্টেচনত দেওবাৰে ৰেলৱে আৰক্ষীয়ে জব্দ কৰে বহু পৰিমানৰ নিষিদ্ধ গাঞ্জা ৷ নিষিদ্ধ গাঞ্জাখিনিৰ সৈতে ৰেল আৰক্ষীয়ে দুজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে ৷

গুৱাহাটী ৰেল ষ্টেচনত জব্দ নিষিদ্ধ গাঞ্জা
গুৱাহাটী ৰেল ষ্টেচনত জব্দ নিষিদ্ধ গাঞ্জা
author img

By

Published : Jan 5, 2020, 7:51 PM IST

গুৱাহাটী, 5 জানুৱাৰীঃ দেওবাৰে নিয়মীয়া তালাচীৰ সময়তে গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ হয় বহুুপৰিমানৰ নিষিদ্ধ গাঞা ৷ নামনিমুৱা আগৰতলা হাবিবগঞ্জ এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি ৷ ৰেলগাড়ীখনৰ B1 দবাৰ 60 আৰু 61 নং আসনৰ পৰা প্ৰায় 20 কিলোগ্ৰাম গাঞ্জাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে ৰেল আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী দুজন সন্তোষ কুমাৰ ঝা (পশ্চিমবংগ) আৰু পংকজ কুমাৰ (বিহাৰ) বুলি জানিব পৰা গৈছে ৷ ত্ৰিপুৰাৰ পৰা গাঞ্জাখিনি ক্ৰয় কৰি বিহাৰলৈ লৈ গৈ থকাৰ সময়তে ৰেল আৰক্ষীয়ে গাঞ্জাসহ দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ গুৱাহাটী ৰে'ল ষ্টেচনত উদ্ধাৰ নগদ 21 লাখ টকা, আটক এজন

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত গাঞ্জাসহ গ্ৰেপ্তাৰ দুজন

Body:ৰাবিবাৰে গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত আগৰতলা পৰা হাবিবগঞ্জ যোৱা নামনিমুৱা আগৰতলা পৰা হাবিবগঞ্জ এক্সপ্ৰেছ ৰেলৰ কোচ নমম্বৰ B-1 ৰ 60 আৰু 61 নমম্বৰ চিটৰ তলৰ পৰা গাঞ্জাৰ দুটা বেগ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা বেগৰ পৰা আৰক্ষীয়ে 20 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। গাঞ্জা সৰবৰাহ কৰা দুই অভিযুক্ত সন্তোষ কুমাৰ ঝা (26 পশ্চিম বংগ) আৰু পংকজ কুমাৰক ( 30 বিহাৰ) গ্ৰেপ্তাৰ কৰে। জব্দকৃত গাঞ্জাখিনি ত্ৰিপুৰা পৰা বিহাৰ অভিমুখে লৈ গৈ আছিল গ্ৰেপ্তাৰিত দুই সৰবৰাহকাৰী।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.