ETV Bharat / jagte-raho

ৰঙিয়াত চিপ লোৱা অৱস্থাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 15, 2020, 2:19 PM IST

ৰঙিয়াত মৃতদেহ উদ্ধাৰ ৷ শৌচালয়ত উদ্ধাৰ মৃতদেহ ৷

dead-body-recovered-in-kamrup-district-rangia
ৰঙিয়াত শৌচালয়ত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়া, 15 নৱেম্বৰ : দীপাৱলীৰ আনন্দৰ মাজতে ৰঙিয়াত অঘটন ৷ কম্পিউটাৰ চেন্টাৰৰ শৌচালয়ত উদ্ধাৰ হয় ছাত্ৰৰ মৃতদেহ ৷ ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় চেলিম আলী নামৰ ছাত্ৰ গৰাকীৰ মৃতদেহ ৷

তথ্য অনুসৰি, দীপাৱলী উপলক্ষে বন্ধ আছিল এ আই আই টি কম্পিউটাৰ কেন্দ্ৰটো । অন্য এজন ছাত্ৰই কম্পিউটাৰ কেন্দ্ৰটোত আহি প্ৰত্যক্ষ কৰি স্থানীয় লোকক অৱগত কৰে ৷

ইফালে, পৰিয়ালৰ লোকে ছাত্ৰ গৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ তথ্য লাভ কৰিব পৰা হোৱা নাই ৷ মৃত ছাত্ৰ গৰাকী ৰঙিয়া মহাবিদ্যালয়ৰ ৷

লগতে পঢ়ক : নগাঁৱত পথ দুৰ্ঘটনাত থিতাহে নিহত বাইক আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.